বাউঞ্চ কি'সমূহ অন কৰক

দ্ৰুত অনুৰোধ কৰা কি' টিপবোৰ উপেক্ষা কৰিবলৈ বাউঞ্চ কি'সমূহ অন কৰক। উদাজৰণস্বৰূপ, যদি আপোনাৰ হাতৰ কপনি আছে যাৰ বাবে এবাৰ টিপিব খোজা কি' একাধিক বাৰ টিপ খাই, আপুনি বাউঞ্চ কি'সমূহ অন কৰিব লাগে।

  1. Go to the desktop and start typing Settings.

  2. Click on Settings.

  3. Click Accessibility in the sidebar to open the panel.

  4. Press Typing Assist (AccessX) in the Typing section.

  5. Switch the Bounce Keys switch to on.

বাউঞ্চ কি'সমূহ দ্ৰুত অন আৰু অফ কৰক

You can turn bounce keys on and off by clicking the accessibility icon on the top bar and selecting Bounce Keys. The accessibility icon is visible when one or more settings have been enabled from the Accessibility panel.

আপুনি প্ৰথমবাৰ কি টিপাৰ পিছত আন এটা কি টিপ ৰেজিস্টাৰ কৰাৰ আগত বাউঞ্চ কি'সমূহে কিমান দেৰি অপেক্ষা কৰিব পৰিবৰ্তন কৰিবলৈ গ্ৰহণ বিলম্ব স্লাইডাৰ ব্যৱহাৰ কৰক। যদি আপুনিপূৰ্বৱৰ্তী কি টিপৰ পিছত এটা অতি সোনকালে হোৱা কি টিপ উপেক্ষা কৰোতে প্ৰতিবাৰে কমপিউটাৰ দ্বাৰা এটা শব্দ কৰাটো বিচাৰে তেন্তে এটা কি' নাকচ কৰোতে বিপ কৰিব বাছক।