স্টিকি কি'সমূহ অন কৰক

স্টিকি কি'সমূহ এ আপোনাক কিবৰ্ড চৰ্টকাটসমূহ সকলো কি' একেলগে ধৰি নথৈ এটা সময়ত এটা কি' ৰূপে টাইপ কৰাৰ অনুমতি দিয়ে। উদাহৰণস্বৰূপ, Super+Tab চৰ্টকাটে উইন্ডোসমূহ চুইচ কৰে। স্টিকি কি'সমূহ অন নাথাকিলে, আপুনি দুয়োটা কি' একে সময়তে ধৰি থব লাগিব; স্টিকি কি'সমূহ অন থাকিলে, আপুনি একেটা বস্তু কৰিবলৈ Super টিপি তাৰ পিছত Tab টিপিব।

যদি একাধিক কি' একেলগে ধৰি থবলৈ আপোনাৰ অসুবিধা হয় তেন্তে আপুনি স্টিকি কি'সমূহ অন কৰিব পাৰে।

  1. Go to the desktop and start typing Settings.

  2. Click on Settings.

  3. Click Accessibility in the sidebar to open the panel.

  4. Press Typing Assist (AccessX) in the Typing section.

  5. Switch the Sticky Keys switch to on.

স্টিকি কি'সমূহ দ্ৰুতভাৱে অন আৰু অফ কৰক

Switch the Enable by Keyboard switch to turn sticky keys on and off from the keyboard. When this option is selected, you can press Shift five times in a row to enable or disable sticky keys.

You can also turn sticky keys on and off by clicking the accessibility icon on the top bar and selecting Sticky Keys. The accessibility icon is visible when one or more settings have been enabled from the Accessibility panel.

যদি আপুনি দুটা কি একেলগে টিপে, আপুনি স্টিকি কি'সমূহক নিজস্বভাৱে অস্থায়ীভাৱে বন্ধ কৰাব পাৰে যাতে আপুনি এটা কি'বৰ্ড চৰ্টকাট সাধাৰণভাৱে সুমাব পাৰে।

উদাহৰণস্বৰূপ, যদি আপোনাৰ স্টিকি কি'সমূহ অন আছে কিন্তু Super আৰু Tab একেলগে টিপে, স্টিকি কি'সমূহে আপুনি আন এটা কি' টিপালৈ অপেক্ষা নকৰে যদি আপোনাৰ এই বিকল্প অন থাকে। ই অপেক্ষা কৰিব যদি আপুনি এটা কি' টিপে। ই উপযোগী যদি আপুনি একেলগে কিছুমান কিবৰ্ড চৰ্টকাট টিপিব পাৰে (উদাহৰণস্বৰূপ, যিবোৰ কি একেলগে থাকে), কিন্তু অন্য নহয়।

ইয়াক সামৰ্থবান কৰিবলৈ অসামৰ্থবান কৰক যদি দুটা কি' একেলগে টিপা হয় বাছক।

You can have the computer make a “beep” sound when you start typing a keyboard shortcut with sticky keys turned on. This is useful if you want to know that sticky keys is expecting a keyboard shortcut to be typed, so the next key press will be interpreted as part of a shortcut. Select Beep when a modifier key is pressed to enable this.