আপোনাৰ বেকআপ নিৰীক্ষণ কৰক

After you have backed up your files, you should make sure that the backup was successful. If it didn’t work properly, you could lose important data since some files could be missing from the backup.

When you use Files to copy or move files, the computer checks to make sure that all of the data transferred correctly. However, if you are transferring data that is very important to you, you may want to perform additional checks to confirm that your data has been transferred properly.

আপুনি গন্তব্য মিডিয়াত কপি হোৱা ফাইল আৰু ফোল্ডাৰসমূহক চাই এটা অতিৰিক্ত পৰিক্ষা কৰিব পাৰিব। আপুনি স্থানান্তৰ কৰা ফাইল আৰু ফোল্ডাৰসমূহ সঁচাকৈ বেকআপত আছে নে সুনিশ্চিত কৰিলে, প্ৰক্ৰিয়াৰ সফলতাৰ এটা অতিৰিক্ত ভৰষা পাব।

যদি আপুনি তথ্যৰ বৃহত পৰিমাণ নিয়মিয়াভাৱে বেকআপ লয়, আপুনি এটা নিৰ্দিষ্ট বেকআপ প্ৰগ্ৰাম যেনে Déjà Dup ব্যৱহাৰ কৰাটো অধিক সহজ পাব। এইধৰণৰ প্ৰগ্ৰাম ফাইলসমূহ কেৱল কপি আৰু পেইস্ট কৰাৰ তুলনাত অধিক শক্তিশালী আৰু ভৰষাবান।