কি বেকআপ লোৱা হব

আপোনাৰ প্ৰাথমিকতা হব লাগে আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফাইলসমূহ আৰু লগতে যিবোৰ ফাইল পুনৰ সৃষ্টি কৰিবলৈ কঠিন তাৰ বেকআপ লোৱাৰ। উদাহৰণস্বৰূপ, আটাইতকৈ বেছি গুৰত্বপূৰ্ণৰ পৰা আটাইতকৈ কম গুৰুত্বপূৰ্ণ:

আপোনাৰ ব্যক্তিগত ফাইলসমূহ

ই অন্তৰ্ভুক্ত কৰিব পাৰে দস্তাবেজসমূহ, স্প্ৰেডশ্বিটসমূহ, ইমেইল, কেলেন্ডাৰ সাক্ষাৎকাৰ, বিত্তিয় তথ্য, পৰিয়ালৰ ফ'টো অথবা অন্য কোনো ব্যক্তিগত ফাইল যাক আপুনি অপ্ৰতিস্থাপনযোগ্য ভাৱে।

আপোনাৰ ব্যক্তিগত সংহতিসমূহ

ই আপুনি আপোনাৰ ডেস্কটপত কৰা ৰঙ, পটভূমি, পৰ্দাৰ বিভেদন আৰু মাউছ সংহতিসমূহলৈ কৰা পৰিবৰ্তনসমূহ অন্তৰ্ভুক্ত কৰে। ই লগতে এপ্লিকেচন পছন্দসমূহ, যেনে LibreOffice, আপোনাৰ সংগিত প্লেয়াৰ, আৰু আপোনাৰ ইমেইল প্ৰগ্ৰামৰ সংহতিসমূহ অন্তৰ্ভুক্ত কৰে। এইবোৰ প্ৰতিস্থাপন কৰিব পাৰি, কিন্তু পুনৰ সৃষ্টি কৰোতে অলপ সময় লাগিব পাৰে।

চিস্টেম সংহতিসমূহ

Most people never change the system settings that are created during installation. If you do customize your system settings for some reason, you may wish to back up these settings.

ইনস্টল্ড চফ্টৱেৰ

আপুনি ব্যৱহাৰ কৰা চফ্টৱেৰক সাধাৰণত এটা গুৰুতৰ কমপিউটাৰ সমস্যাৰ পিছত পুনৰ ইনস্টল কৰি দ্ৰুত পুনৰুদ্ধাৰ কৰিব পাৰি।

সাধাৰণত, আপুনি অপ্ৰতিস্থাপনযোগ্য ফাইলসমূহ আৰু ফাইলসমূহ যাক এটা বেকআপৰ অবিহনে প্ৰতিস্থাপন কৰিবলৈ বহুত সময় লাগে। যদি বস্তুবোৰ প্ৰতিস্থাপন কৰিবলৈ সহজ হয়, তেন্তে, আপুনি সিহতৰ বেকআপ লৈ ডিস্ক স্থান ব্যৱহাৰ কৰিব নিবিচাৰিব পাৰে।