আপোনাৰ বেকআপ ক'ত সংৰক্ষণ কৰিব

You should store backup copies of your files somewhere separate from your computer — on an external hard disk, for example. That way, if the computer breaks, or is lost or is stolen, the backup will still be intact. For maximum security, you shouldn’t keep the backup in the same building as your computer. If there is a fire or theft, both copies of the data could be lost if they are kept together.

এটা সঠিক backup medium নিৰ্বাচন কৰাটো গুৰুত্বপূৰ্ণ। আপুনি আপোনাৰ বেকআপসমূহক এনে এটা ডিভাইচত থব লাগে যাৰ সকলো বেক আপ ফাইলসমূৰ বাবে পৰ্যাপ্ত স্থান থাকে।

স্থানীয় আৰু দূৰৱৰ্তী সংৰক্ষণ বিকল্পসমূহ

  • USB মেমৰি কি' (নিম্ন ক্ষমতা)

  • অভ্যন্তৰীক ডিস্ক ড্ৰাইভ (উচ্চ ক্ষমতা)

  • বহিৰ্তম হাৰ্ড ডিস্ক (সাধাৰণত উচ্চ ক্ষমতাৰ)

  • নেটৱাৰ্ক-সংযুক্ত ড্ৰাইভ (উচ্চ ক্ষমতা)

  • ফাইল/বেকআপ চাৰ্ভাৰ (উচ্চ ক্ষমতা)

  • লিখিব পৰা CDs অথবা DVDs (নিম্ন/মধ্যম ক্ষমতা)

  • Online backup service (Amazon S3, for example; capacity depends on price)

এই বিকল্পসমূহৰ কিছুমানৰ আপোনাৰ চিস্টেমৰ সকলো ফাইলৰ এটা বেকআপৰ অনুমতি দিবলৈ পৰ্যাপ্ত ক্ষমতা আছে, সম্পূৰ্ণ চিস্টেম বেকআপ হিচাপেও জনাজাত।