ফাইলসমূহ আৰু ফোল্ডাৰসমূহ কপি কৰক অথবা স্থানান্তৰ কৰক

এটা ফাইল অথবা ফোল্ডাৰক এটা নতুন অৱস্থানলৈ মাউছ ব্যৱহাৰ কৰি ড্ৰেগ আৰু ড্ৰপ, কপি আৰু পেইস্ট কমান্ড ব্যৱহাৰ কৰি, অথবা কিবৰ্ড চৰ্টকাটসমূহ ব্যৱহাৰ কৰি কপি অথবা স্থানান্তৰ কৰিব পৰা যাব।

For example, you might want to copy a presentation onto a memory stick so you can take it to work with you. Or, you could make a back-up copy of a document before you make changes to it (and then use the old copy if you don’t like your changes).

এই নিৰ্দেশসমূহ দুয়ো ফাইল আৰু ফোল্ডাৰৰ বাবে প্ৰযোজ্য। আপুনি ফাইল আৰু ফোল্ডাৰসমূহ একে ধৰণে কপি আৰু স্থানান্তৰ কৰে।

ফাইলসমূহ কপি আৰু পেইস্ট কৰক

  1. আপুনি কপি কৰিব খোজা ফাইল এবাৰ ক্লিক কৰি বাছক।

  2. ৰাইট-ক্লিক কৰক আৰু কপি কৰক বাছক, অথবা Ctrl+C টিপক।

  3. আপুনি ফাইলৰ কপি থব খোজা, অন্য ফোল্ডাৰলৈ যাওক।

  4. Click the menu button and pick Paste to finish copying the file, or press Ctrl+V. There will now be a copy of the file in the original folder and the other folder.

ফাইলসমূহ স্থানান্তৰ কৰিবলৈ সিহতক কাট কৰি পেইস্ট কৰক

  1. আপুনি স্থানান্তৰ কৰিব খোজা ফাইল এবাৰ ক্লিক কৰি বাছক।

  2. ৰাইট-ক্লিক কৰক আৰু কাট কৰক বাছক, অথবা Ctrl+X টিপক।

  3. আপুনি ফাইল স্থানান্তৰ কৰিব খোজা, অন্য ফোল্ডাৰলৈ যাওক।

  4. Click the menu button in the toolbar and pick Paste to finish moving the file, or press Ctrl+V. The file will be taken out of its original folder and moved to the other folder.

ফাইলসমূহ কপি অথবা স্থানান্তৰ কৰিবলৈ ড্ৰেগ কৰক

  1. ফাইল ব্যৱস্থাপক খোলক আৰু আপুনি কপি কৰিব খোজা ফাইল অন্তৰ্ভুক্ত কৰা ফোল্ডাৰলৈ যাওক।

  2. ওপৰ বাৰত ফাইলসমূহ ক্লিক কৰক, এটা দ্বিতীয় উইন্ডো খোলিবলৈ নতুন উইন্ডো বাছক (অথবা Ctrl+N টিপক)। নতুন উইন্ডোত, আপুনি ফাইলখন স্থানান্তৰ অথবা কপি কৰিব খোজা ফোল্ডাৰত যাওক।

  3. ফাইলক ক্লিক কৰক আৰু এটা উইন্ডোৰ পৰা অন্য উইন্ডোলৈ ড্ৰেগ কৰক। ই ইয়াক স্থানান্তৰ কৰিব যদি গন্তব্য একেটা ডিভাইচত থাকে, অথবা ইয়াক কপি কৰিব যদি গন্তব্য এটা অন্য ডিভাইচত থাকে।

    For example, if you drag a file from a USB memory stick to your Home folder, it will be copied, because you’re dragging from one device to another.

    আপুনি ড্ৰেগ কৰোতে Ctrl কি ধৰি ৰাখি ফাইলক কপি হবলৈ বলৱৎ কৰিব পাৰে, অথবা ড্ৰেগ কৰোতে Shift কি ধৰি ৰাখি ইয়াক স্থানান্তৰ হবলৈ বলৱৎ কৰিব পাৰে।

You cannot copy or move a file into a folder that is read-only. Some folders are read-only to prevent you from making changes to their contents. You can change things from being read-only by changing file permissions .