ফাইলসমূহ আৰু ফোল্ডাৰসমূহ পূৰ্বদৰ্শন কৰক

আপুনি ফাইলসমূহক এটা সম্পূৰ্ণ খোলা এপ্লিকেচনত নখোলাকৈ পূৰ্বদৰ্শন কৰিব পাৰিব। যিকোনো ফাইল বাছক আৰু স্পেইচ বাৰ টিপক। ফাইল এটা সাধাৰণ পূৰ্বদৰ্শন উইন্ডোত খোলা খাব। পূৰ্বদৰ্শনক বাতিল কৰিবলৈ স্পেইচ বাৰ আকৌ টিপক।

বিল্ট-ইন পূৰ্বদৰ্শনে দস্তাবেজসমূহ, ছবিবোৰ, ভিডিঅ', আৰু ভিডিঅ'ৰ বাবে বেছিৰভাগ ফাইল বিন্যাস সমৰ্থন কৰে। পূৰ্বদৰ্শনত, আপুনি আপোনাৰ দস্তাবেজসমূহৰে স্ক্ৰল কৰিব পাৰিব অথবা আপোনাৰ ভিডিঅ' আৰু অডিঅ'ত সন্ধান কৰিব পাৰিব।

To view a preview full-screen, press F or F11. Press F or F11 again to leave full-screen, or press the space bar to exit the preview completely.