এটা বহিৰ্তম ড্ৰাইভ সুৰক্ষিতভাৱে আতৰাওক

When you use external storage devices like USB flash drives, you should safely remove them before unplugging them. If you just unplug a device, you run the risk of unplugging while an application is still using it. This could result in some of your files being lost or damaged. When you use an optical disc like a CD or DVD, you can use the same steps to eject the disc from your computer.

এটা আতৰাব পৰা ডিভাইচ বাহিৰ উলিৱাবলৈ:

  1. From the desktop open Files.

  2. কাষবাৰত ডিভাইচক অৱস্থিত কৰক। ইয়াৰ নামৰ কাষত এটা সৰু উলিৱাওক আইকন থাকিব লাগে। ডিভাইচক সুৰক্ষিতভাৱে আতৰাবলৈ অথবা উলিৱাবলৈ উলিৱাওক আইকনত ক্লিক কৰক।

    বিকল্পভাৱে, আপুনি কাষবাৰত ডিভাইচৰ নামত ৰাইট-ক্লিক কৰি উলিৱাওক বাছিব পাৰিব।

ব্যৱহৃত এটা ডিভাইচক সুৰক্ষিতভাৱে আতৰাওক

If any of the files on the device are open and in use by an application, you will not be able to safely remove the device. You will be prompted with a window telling you Volume is busy. To safely remove the device:

  1. বাতিল কৰক ক্লিক কৰক।

  2. ডিভাইচত সকলো ফাইল বন্ধ কৰক।

  3. ডিভাইচক সুৰক্ষিতভাৱে আতৰাবলৈ অথবা বাহিৰ উলিৱাবলৈ বাহিৰ উলিৱাওক আইকনত ক্লিক কৰক।

  4. বিকল্পভাৱে, আপুনি কাষবাৰত ডিভাইচৰ নামত ৰাইট-ক্লিক কৰি উলিৱাওক বাছিব পাৰিব।

আপুনি ফাইলসমূহ বন্ধ নকৰাকৈ ডিভাইচ আতৰাবলৈ তথাপিও বাহিৰ উলিৱাওক বাছিব পাৰিব। ইয়াৰ বাবে খোলা ফাইলসমূহ থকা এপ্লিকেচনসমূহত ত্ৰুটি হব পাৰে।