কিবৰ্ড ভ্ৰমণ

This page details keyboard navigation for people who cannot use a mouse or other pointing device, or who want to use a keyboard as much as possible. For keyboard shortcuts that are useful to all users, see উপযোগী কিবৰ্ড চৰ্টকাটসমূহ instead.

If you cannot use a pointing device like a mouse, you can control the mouse pointer using the numeric keypad on your keyboard. See Click and move the mouse pointer using the keypad for details.

ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠসমূহ ভ্ৰমণ কৰক

Tab and

Ctrl+Tab

Move keyboard focus between different controls. Ctrl+Tab moves between groups of controls, such as from a sidebar to the main content. Ctrl+Tab can also break out of a control that uses Tab itself, such as a text area.

ফকাচ উলোটা ক্ৰমত স্থানান্তৰ কৰিবলৈ Shift ধৰি থওক।

এৰ' কি'সমূহ

Move selection between items in a single control, or among a set of related controls. Use the arrow keys to focus buttons in a toolbar, select items in a list or icon view, or select a radio button from a group.

Ctrl+এৰ' কিসমূহ

এটা তালিকা অথবা আইকন দৰ্শনত, নিৰ্বাচিত বস্তুক পৰিবৰ্তন নকৰাকৈ কিবৰ্ডৰ ফকাচ অন্য বস্তুলৈ নিয়ক।

Shift+এৰ' কি'সমূহ

এটা তালিকা অথবা আইকন দৰ্শনত, বৰ্তমানে নিৰ্বাচিত বস্তুৰ পৰা সকলো বস্তুক নতুন ফকাচ কৰা বস্তুত বাছক।

In a tree view, items that have children can be expanded or collapsed, to show or hide their children: expand by pressing Shift+, and collapse by pressing Shift+.

Space

এটা ফকাচ্ড বস্তু যেনে এটা বুটাম, চেক বাকচ, অথবা তালিকা বস্তু সক্ৰিয় কৰক।

Ctrl+Space

এটা তালিকা অথবা আইকন দৰ্শনত, অন্য বস্তুবোৰ অনিৰ্বাচন নকৰাকৈ ফকাচ কৰা বস্তু নিৰবাচন অথবা অনিৰ্বাচন কৰক।

Alt

Hold down the Alt key to reveal accelerators: underlined letters on menu items, buttons, and other controls. Press Alt plus the underlined letter to activate a control, just as if you had clicked on it.

Esc

এটা মেনু, পপআপ, চুইচাৰ, অথবা ডাইলগ উইন্ডো প্ৰস্থান কৰক।

F10

এটা উইন্ডোৰ মেনুবাৰত প্ৰথম মেনু খোলক। মেনুসমূহ ভ্ৰমণ কৰিবলৈ এৰ কি'সমূহ ব্যৱহাৰ কৰক।

Super+F10

ওপৰ বাৰত এপ্লিকেচন মেনু খোলক।

Shift+F10 or

Menu

বৰ্তমান নিৰ্বাচনৰ বাবে পৰিপ্ৰেক্ষতিত মেনু পপ আপ কৰক, এনেধৰণে যেন আপুনি ৰাইট-ক্লিক কৰিছিল।

Ctrl+F10

ফাইল ব্যৱস্থাপকত, বৰ্তমান ফোল্ডাৰৰ পৰা পৰিপ্ৰেক্ষতিত মেনু পপ আপ কৰক, যেন আপুনি কোনো বস্তুত ৰাইট-ক্লিক নকৰি পটভূমিত ৰাইট-ক্লিক কৰিছে।

Ctrl+PageUp

and

Ctrl+PageDown

এটা টেব্বড্ আন্তঃপৃষ্ঠত, বাওঁফাল অথবা সোঁফালৰ টেবলৈ যাওক।

ডেস্কটপ ভ্ৰমণ কৰক

Alt+F1 or the

Super key

কাৰ্য্যসমূহ অভাৰভিউ আৰু ডেস্কটপৰ মাজত চুইচ কৰক। অভাৰভিউত, আপোনাৰ এপ্লিকেচনসমূহ, পৰিচয়সমূহ, আৰু দস্তাবেজসমূহ তৎক্ষনাত সন্ধান কৰিবলৈ টাইপ কৰা আৰম্ভ কৰক।

Super+Tab

উইন্ডোসমূহৰ মাজত দ্ৰুতভাৱে চুইচ কৰক। উলোটা ক্ৰমৰ বাবে Shift ধৰি থওক।

Super+`

একেটা এপ্লিকেচনৰ পৰা উইন্ডোসমূহ চুইচ কৰক, অথবা Super+Tab ৰ পিছত নিৰ্বাচিত এপ্লিকেচনৰ পৰা।

This shortcut uses ` on US keyboards, where the ` key is above Tab. On all other keyboards, the shortcut is Super plus the key above Tab.

Ctrl+Alt+Tab

Give keyboard focus to the top bar. In the Activities overview, switch keyboard focus between the top bar, dash, windows overview, applications list, and search field. Use the arrow keys to navigate.

Super+Page Up

and

Super+Page Down

কৰ্মস্থান পৰিবৰ্তন কৰক

Alt+F6

Cycle through windows in the same application. Hold down the Alt key and press F6 until the window you want is highlighted, then release Alt. This is similar to the Alt+` feature.

Alt+Esc

এটা ক্ৰমস্থানত সকলো খোলা উইন্ডোৰে চক্ৰ কৰক।

Super+V

Open the notification list. Press Esc to close.

উইন্ডোসমূহ ভ্ৰমণ কৰক

Alt+F4

বৰ্তমান উইন্ডো বন্ধ কৰক।

Alt+F5 অথবা Super+

Restore a maximized window to its original size. Use Alt+F10 to maximize. Alt+F10 both maximizes and restores.

Alt+F7

বৰ্তমান উইন্ডো স্থানান্তৰ কৰক। Alt+F7 টিপক, আৰু উইন্ডোক স্থানান্তৰ কৰিবলৈ এৰ কি'সমূহ ব্যৱহাৰ কৰক। উইন্ডো স্থানান্তৰ কৰা সম্পূৰ্ণ কৰিবলৈ Enter টিপক, অথবা প্ৰকৃত স্থানলৈ উভতি যাবলৈ Esc টিপক।

Alt+F8

Resize the current window. Press Alt+F8, then use the arrow keys to resize the window. Press Enter to finish resizing the window, or Esc to return it to its original size.

Shift+Super+Page Up

and

Shift+Super+Page Down

এটা ভিন্ন কৰ্মস্থানলৈ বৰ্তমান উইন্ডোক নিয়ক

Shift+Super+

Move the current window one monitor to the left.

Shift+Super+

Move the current window one monitor to the right.

Alt+F10 অথবা Super+

এটা উইন্ডোক সৰ্বাধিক আকাৰলৈ নিয়ক। এটা সৰ্বাধিক আকাৰত থকা উইন্ডোক তাৰ প্ৰকৃত আকাৰলৈ নিবলৈ Alt+F10 অথবাSuper+ টিপক।

Super+H

এটা উইন্ডো সৰু কৰক।

Super+

এটা উইন্ডোক পৰ্দাৰ বাওঁফালে উলম্বভাৱে সৰ্বাধিক আকাৰলৈ নিয়ক। উইণ্ডোক তাৰ পূৰ্বৰ আকাৰলৈ নিবলৈ আকৌ টিপক। কাষ চুইচ কৰিবলৈ Super+ টিপক।

Super+

এটা উইন্ডোক পৰ্দাৰ সোঁফালে উলম্বভাৱে সৰ্বাধিক আকাৰলৈ নিয়ক। উইণ্ডোক তাৰ পূৰ্বৰ আকাৰলৈ নিবলৈ আকৌ টিপক। কাষ চুইচ কৰিবলৈ Super+ টিপক।

Alt+Space

আপুনি শীৰ্ষকবাৰত ৰাইট-ক্লিক কৰা দৰে, উইন্ডো মেনু পপ আপ কৰক।