স্ক্ৰিনশ্বটসমূহ আৰু স্ক্ৰিনকাস্টসমূহ

You can take a picture of your screen (a screenshot) or record a video of what's happening on the screen (a screencast). This is useful if you want to show someone how to do something on the computer, for example. Screenshots and screencasts are just normal picture and video files, so you can email them and share them on the web.

এটা স্ক্ৰিনশ্বট লওক

  1. Install the Screenshot application from the App Center, under the Utilities category, and open it.

  2. স্ক্ৰিশ্বট লওক উইন্ডোত, সম্পূৰ্ণ পৰ্দা গ্ৰেব কৰিব, বৰ্তমান উইন্ডো গ্ৰেব কৰিব, নে পৰ্দাৰ এটা অংশ গ্ৰেব কৰিব বাছক। এটা বিলম্ব সংহতি কৰক যদি আপুনি এটা উইন্ডো নিৰ্বাচন কৰিব খোজে অথবা স্ক্ৰিনশ্বটৰ বাবে এটা ডেস্কটপ সংস্থাপন কৰক। তাৰ পিছত আপুনি খোজা যিকোনো প্ৰভাৱ বাছক।

  3. স্ক্ৰিনশ্বট লওক ক্লিক কৰক।

    যদি আপুনি ধৰিবলৈ স্থান বাছক, পইন্টাৰ এটা ক্ৰচহেয়াৰলৈ সলনি হয়। স্ক্ৰিনশ্বটৰ বাবে স্থানক ক্লিক কৰি ড্ৰেগ কৰক।

  4. স্ক্ৰিনশ্বট সংৰক্ষণ কৰক উইন্ডোত, এটা ফাইল নাম সুমুৱাওক আৰু এটা ফোল্ডাৰ বাছক, তাৰ পিছত সংৰক্ষণ কৰক ক্লিক কৰক।

    বিকল্পভাৱে, স্ক্ৰিনশ্বটক প্ৰথমতে সংৰক্ষণ নকৰি এটা ছবি-সম্পাদন কৰা এপ্লিকেচনত প্ৰত্যক্ষভাৱে ইমপৰ্ট কৰক। ক্লিপবৰ্ডলৈ কপি কৰক ক্লিক কৰক তাৰ পিছত ছবিক অন্য এপ্লিকেচনত পেইস্ট কৰক, অথবা স্ক্ৰিনশ্বট থাম্বনেইলক এপ্লিকেচনত ড্ৰেগ কৰক।

কিবৰ্ড চৰ্টকাটসমূহ

ডেস্কটপ, এটা উইন্ডো, অথবা এটা স্থানৰ যিকোনো সময়ত এই বিশ্বব্যাপী কিবৰ্ড চৰ্টকাটসমূহ ব্যৱহাৰ কৰি এটা স্ক্ৰিনশ্বট লওক:

  • ডেস্কটপৰ এটা স্ক্ৰিনশ্বট লবলৈ Prt Scrn

  • এটা উইন্ডোৰ স্ক্ৰিনশ্বট লবলৈ Alt+Prt Scrn

  • আপুনি নিৰ্বাচন কৰা এটা স্থানৰ এটা স্ক্ৰিনশ্বট লবলৈ Shift+Prt Scrn

When you use a keyboard shortcut, the image is automatically saved in your Pictures folder with a file name that begins with "Screenshot" and includes the date and time it was taken.

স্ক্ৰিনশ্বট ছবিক সংৰক্ষণ কৰাৰ পৰিৱৰ্তে ক্লিপবৰ্ডলৈ কপি কৰিবলৈ আপুনি ওপৰৰ চৰ্টকাটসমূহৰ যিকোনো এটাৰ সৈতে Ctrl কি ধৰি থব পাৰিব।

Some keyboards will have a Print Screen button near the top right hand corner. Press it once to take a screenshot.

এটা স্ক্ৰিনকাস্ট বনাওক

আপোনাৰ পৰ্দাত কি হৈ আছে আপুনি তাৰ এটা ভিডিঅ' ৰেকৰ্ডিং বনাব পাৰিব:

  1. আপোনাৰ পৰ্দাত যি আছে ৰেকৰ্ড কৰা আৰম্ভ কৰিবলৈ Ctrl+Alt+Shift+R টিপক।

    ৰেকৰ্ডিং চলি থাকোতে এটা ৰঙা বৃত্ত পৰ্দাৰ তলৰ সোঁ চুকত প্ৰদৰ্শিত হয়। এই চিহ্নক ভিডিঅ'ত দেখা পোৱা নাযায়।

  2. যেতিয়া আপোনাৰ সম্পূৰ্ণ হব, ৰেকৰ্ডিং বন্ধ কৰিবলৈ Ctrl+Alt+Shift+R টিপক।

  3. The video is automatically saved in your Videos folder with a file name that starts with "Screencast" and includes the date and time it was taken.