উইন্ডোসমূহ স্থানান্তৰ কৰক আৰু পুনৰআকাৰ দিয়ক

You can move and resize windows to help you work more efficiently. In addition to the dragging behavior you might expect, the system features shortcuts and modifiers to help you arrange windows quickly.

  • Move a window by dragging the titlebar, or hold down Super and drag anywhere in the window. Hold down Shift while moving to snap the window to the edges of the screen and other windows.

  • এটা উইন্ডোৰ প্ৰান্ত অথবা চুক টানি এটা উইন্ডোক পুনৰ আকাৰ দিয়ক। পুনৰ আকাৰ দিওতে Shift ধৰি থওক যাতে উইন্ডো পৰ্দা আৰু অন্য উইন্ডোসমূহৰ প্ৰান্তৰ সৈতে খাপ খায়।

  • কেৱল কিবৰ্ড ব্যৱহাৰ কৰি এটা উইন্ডোক স্থানান্তৰ কৰক অথবা পুনৰ আকাৰ দিয়ক। উইন্ডোক স্থানান্তৰ কৰিবলৈ Alt+F7 টিপক অথবা পুনৰ আকাৰ দিবলৈ Alt+F8 টিপক। পুনৰ আকাৰ দিবলৈ এৰ কি'সমূহ ব্যৱহাৰ কৰক, তাৰ পিছত সম্পূৰ্ণ কৰিবলৈ Enter টিপক, অথবা প্ৰকৃত অৱস্থান আৰু আকাৰলৈ উভতি যাবলৈ Esc টিপক।

  • পৰ্দাৰ ওপৰলৈ টানি আনি এটা উইন্ডোক সৰ্বাধিক আকাৰলৈ নিয়ক। এটা উইন্ডোক এটা কাষত সৰ্বাধিক আকাৰলৈ নিবলৈ, উইন্ডোক পৰ্দাৰ এটা কাষত টানক, আপোনাক উইন্ডোসমূহ কাষে কাষে থোৱাৰ অনুমতি দি।