উইন্ডোসমূহ স্থানান্তৰ কৰক আৰু পুনৰআকাৰ দিয়ক

আপুনি অধিক দক্ষতাৰে কাম কৰিবলে উইন্ডোসমূহক স্থানান্তৰ আৰু পুনৰ আকাৰ দিব পাৰিব। আপুনি আশা কৰিব পৰা টনা ব্যৱহাৰৰ অতিৰিক্তে, Endless এ আপুনি উইন্ডোসমূহ দ্ৰুত সংঘটিত কৰাত সহায় কৰিবলে চৰ্টকাট আৰু পৰিবৰ্তকসমূহ প্ৰদান কৰে।

  • শীৰ্ষকবাৰ ড্ৰেগ কৰি এটা উইন্ডো স্থানান্তৰ কৰক, অথবা Alt ধৰি থৈ উইন্ডোত যত ইচ্ছা টানক। স্থানান্তৰ কৰোতে Shift ধৰি থব যাতে উইন্ডো পৰ্দা আৰু অন্য উইন্ডোসমূহৰ প্ৰান্তৰ সৈতে লাগ খায়।

  • এটা উইন্ডোৰ প্ৰান্ত অথবা চুক টানি এটা উইন্ডোক পুনৰ আকাৰ দিয়ক। পুনৰ আকাৰ দিওতে Shift ধৰি থওক যাতে উইন্ডো পৰ্দা আৰু অন্য উইন্ডোসমূহৰ প্ৰান্তৰ সৈতে খাপ খায়।

  • কেৱল কিবৰ্ড ব্যৱহাৰ কৰি এটা উইন্ডোক স্থানান্তৰ কৰক অথবা পুনৰ আকাৰ দিয়ক। উইন্ডোক স্থানান্তৰ কৰিবলৈ Alt+F7 টিপক অথবা পুনৰ আকাৰ দিবলৈ Alt+F8 টিপক। পুনৰ আকাৰ দিবলৈ এৰ কি'সমূহ ব্যৱহাৰ কৰক, তাৰ পিছত সম্পূৰ্ণ কৰিবলৈ Enter টিপক, অথবা প্ৰকৃত অৱস্থান আৰু আকাৰলৈ উভতি যাবলৈ Esc টিপক।

  • Maximize a window by dragging it to the top of the screen. Drag a window to one side of the screen to maximize it along the side, allowing you to tile windows side by side.