উইন্ডোসমূহৰ মাজত চুইচ কৰক

উইন্ডো ত সকলো এপ্লিকেচন অন্তৰ্ভুক্ত কৰিলে কাৰ্য্যসমূহৰ মাজত চুইচ কৰাটো এটা স্তৰ-প্ৰক্ৰিয়া হৈ যায় আৰু চলি থকা এপ্লিকেচনসমূহৰ এটা সম্পূৰ্ণ ছবি প্ৰদান কৰে।

  • Press Alt+Tab to bring up the window switcher.

  • Release Alt to select the next (highlighted) window in the switcher.

  • Otherwise, still holding down the Alt key, press Tab to cycle through the list of open windows, or Shift+Tab to cycle backwards.

Windows in the window switcher are grouped by application. Previews of applications with multiple windows pop down as you click through. Hold down Alt and press ` (or the key above Tab) to step through the list.

  • আপুনি অথবা কি'সমূহ ব্যৱহাৰ কৰি উইন্ডো চুইচাৰত এপ্লিকেচন আইকনসমূহৰ মাজত ভ্ৰমণ কৰিব পাৰিব, অথবা মাউছৰ সৈতে ক্লিক কৰি এটা বাছক।

  • এটা উইন্ডোৰ সৈতে এপ্লিকেচনসমূহৰ পূৰ্বদৰ্শন কি'ৰ সৈতে প্ৰদৰ্শন কৰিব পাৰি।