উপযোগী কিবৰ্ড চৰ্টকাটসমূহ

This page provides an overview of keyboard shortcuts that can help you use your desktop and applications more efficiently. If you cannot use a mouse or pointing device at all, see কিবৰ্ড ভ্ৰমণ for more information on navigating user interfaces with only the keyboard.

ডেস্কটপ ভ্ৰমণ কৰা

Alt+F1 or the

Super key

কাৰ্য্যসমূহ অভাৰভিউ আৰু ডেস্কটপৰ মাজত চুইচ কৰক। অভাৰভিউত, আপোনাৰ এপ্লিকেচনসমূহ, পৰিচয়সমূহ, আৰু দস্তাবেজসমূহ তৎক্ষনাত সন্ধান কৰিবলৈ টাইপ কৰা আৰম্ভ কৰক।

Alt+F2

Pop up command window (for quickly running commands).

Use the arrow keys to quickly access previously run commands.

Super+Tab

উইন্ডোসমূহৰ মাজত দ্ৰুতভাৱে চুইচ কৰক। উলোটা ক্ৰমৰ বাবে Shift ধৰি থওক।

Super+`

একেটা এপ্লিকেচনৰ পৰা উইন্ডোসমূহ চুইচ কৰক, অথবা Super+Tab ৰ পিছত নিৰ্বাচিত এপ্লিকেচনৰ পৰা।

This shortcut uses ` on US keyboards, where the ` key is above Tab. On all other keyboards, the shortcut is Super plus the key above Tab.

Alt+Esc

Switch between windows in the current workspace. Hold down Shift for reverse order.

Ctrl+Alt+Tab

Give keyboard focus to the top bar. In the Activities overview, switch keyboard focus between the top bar, dash, windows overview, applications list, and search field. Use the arrow keys to navigate.

Super+A

এপ্লিকেচসমূহৰ তালিকা দেখুৱাওক।

Super+Page Up

and

Super+Page Down

কৰ্মস্থান পৰিবৰ্তন কৰক

Shift+Super+Page Up

and

Shift+Super+Page Down

এটা ভিন্ন কৰ্মস্থানলৈ বৰ্তমান উইন্ডোক নিয়ক

Shift+Super+

Move the current window one monitor to the left.

Shift+Super+

Move the current window one monitor to the right.

Ctrl+Alt+Delete

Show the Power Off dialog.

Super+L

পৰ্দা লক কৰক।

Super+V

Show the notification list. Press Super+V again or Esc to close.

সাধাৰণ সম্পাদন চৰ্টকাটসমূহ

Ctrl+A

এটা তালিকাত সকলো লিখনী অথবা বস্তু বাছক।

Ctrl+X

নিৰ্বাচিত লিখনী অথবা বস্তু কাট কৰক (আতৰাওক) আৰু ইয়াক ক্লিপবৰ্ডত স্থাপন কৰক।

Ctrl+C

নিৰ্বাচিত লিখনী অথবা বস্তুবোৰ ক্লিপবৰ্ডলৈ কপি কৰক।

Ctrl+V

ক্লিপবৰ্ডৰ সমলসমূহ পেইস্ট কৰক।

Ctrl+Z

সৰ্বশেষ কাৰ্য্য বাতিল কৰক।

পৰ্দাৰ পৰা লোৱা

Print Screen

এটা স্ক্ৰিনশ্বট লওক।

Alt+Print Screen

এটা উইন্ডোৰ স্ক্ৰিনশ্বট লওক।

Shift+Print Screen

পৰ্দাৰ এটা স্থানৰ স্ক্ৰিনশ্বট লওক। পইন্টাৰ এটা কৰ্চহেয়াৰলৈ পৰিবৰ্তন হয়। এটা স্থান বাছিবলৈ ক্লিক আৰু ড্ৰেগ কৰক।

Ctrl+Alt+Shift+R

Start and stop screencast recording.