উইন্ডোসমূহৰ মাজত চুইচ কৰক

You can see all the running applications that have a graphical user interface in the window switcher. This makes switching between tasks a single-step process and provides a full picture of which applications are running.

এটা কাৰ্য্যস্থানৰ পৰা:

  1. Press Super+Tab to bring up the window switcher.

  2. চুইচাৰত পৰৱৰ্তী (উজ্জ্বল) উইন্ডো বাছিবলৈ Super এৰক।

  3. Otherwise, still holding down the Super key, press Tab to cycle through the list of open windows, or Shift+Tab to cycle backwards.

উইন্ডো চুইচাৰত উইন্ডোসমূহ এটা এপ্লিকেচন দ্বাৰা দলবদ্ধ কৰা হয়। একাধিক এপ্লিকেচনৰ পূৰ্বদৰ্শন আপুনি ক্লিক কৰোতে পপ ডাউন হয়। Super ধৰি থওক আৰু তালিকাত যাবলৈ ` (Tab ৰ ওপৰত থকা কি) টিপক।

আপুনি অথবা কি'সমূহ ব্যৱহাৰ কৰি উইন্ডো চুইচাৰত এপ্লিকেচন আইকনসমূহৰ মাজত ভ্ৰমণ কৰিব পাৰিব, অথবা মাউছৰ সৈতে ক্লিক কৰি এটা বাছক।

এটা উইন্ডোৰ সৈতে এপ্লিকেচনসমূহৰ পূৰ্বদৰ্শন কি'ৰ সৈতে প্ৰদৰ্শন কৰিব পাৰি।

From the Activities overview, click on a window to switch to it and leave the overview. If you have multiple workspaces open, you can click on each workspace to view the open windows on each workspace.