My new iPod won’t work

If you have a new iPod that has never been connected to a computer before, it won’t be recognized properly when you connect it to a Linux computer. This is because iPods need to be set up and updated using the iTunes software, which only runs on Windows and Mac OS.

আপোনাৰ iPod ক সংস্থাপন কৰিবলৈ, এটা Windows অথবা Mac কমপিউটাৰত iTunes ইনস্টল কৰক আৰু ইয়াক প্লাগ কৰক। ইয়াক সংস্থাপন কৰিবলৈ আপুনি কেইটিমান স্তৰ অনুকৰণ কৰিব লাগিব। যদি ভলিউম বিন্যাস ৰ বিষয়ে সোধা হয়, MS-DOS (FAT), Windows অথবা সদৃশ বাছক। অন্য বিন্যাস (HFS/Mac) Linuxৰ সৈতে ভালদৰে কাম নকৰে।

আপুনি এবাৰ সংস্থাপন সম্পূৰ্ণ কৰাৰ পিছত, iPod সাধাৰণত কাম কৰিব লাগে যেতিয়া আপুনি ইয়াক এটা Linux কমপিউটাৰত প্লাগ ইন কৰে।