WEP আৰু WPA ৰ অৰ্থ কি?

WEP and WPA (along with WPA2) are names for different encryption tools used to secure your wireless connection. Encryption scrambles the network connection so that no one can “listen in” to it and look at which web pages you are viewing, for example. WEP stands for Wired Equivalent Privacy, and WPA stands for Wireless Protected Access. WPA2 is the second version of the WPA standard.

কোনো ইনক্ৰিপষণ ব্যৱহাৰ নকৰাৰ তুলনাত কিছুমান ইনক্ৰিপষণ ব্যৱহাৰ কৰাটো সদায় ভাল, কিন্তু WEP এই প্ৰামাণিকসমূহৰ মাজত আটাইতকৈ কম সুৰক্ষিত, আৰু আপুনি ইয়াক ব্যৱহাৰ কৰিব নালাগে যদি আপুনি ইয়াক বাদ দিব পাৰে। WPA2 এই তিনিওটাৰ মাজত আটাইতকৈ সুৰক্ষিত। যদি আপোনাৰ বেতাঁৰ কাৰ্ড আৰু ৰাউটাৰে WPA2 সমৰ্থন কৰে, আপোনাৰ বেতাঁৰ নেটৱাৰ্ক ব্যৱহাৰ কৰোতে আপুনি ইয়াকে ব্যৱহাৰ কৰিব লাগে।