আকলন কৰা বেটাৰি শক্তি ভুল

When you check the remaining battery life, you may find that the time remaining that it reports is different to how long the battery actually lasts. This is because the amount of remaining battery life can only be estimated. Normally, the estimates improve over time.

In order to estimate the remaining battery life, a number of factors must be taken into account. One is the amount of power currently being used by the computer: power consumption varies depending on how many programs you have open, which devices are plugged in, and whether you are running any intensive tasks (like watching high-definition video or converting music files, for example). This changes from moment to moment, and is difficult to predict.

অন্য কাৰক হল বেটাৰি কেনেকৈ ডিচ্চাৰ্জ হয়। কিছুমান বেটাৰিয়ে যিমান সোনকালে ৰিক্ত হৈ থাকে তিমান সোনাকলে চাৰ্জ হেৰুৱায়। বেটাৰি কেনেকৈ ডিচ্চাৰ্জ হয় তাৰ বিষয়ে সঠিক জ্ঞান নাথাকিলে, বেটাৰি আয়ুৰ কেৱল এটা খচৰা অনুমান কৰিব পাৰি।

বেটাৰিৰ শক্তি কম হওতে, শক্তি ব্যৱস্থাপকে ইয়াৰ শক্তি কম হোৱাৰ বৈশিষ্ট্যসমূহৰ অনুমান লগাব আৰু কেনেকৈ বেটাৰিৰ শক্তি সঠিক অনুমান লগাব লাগে শিকিব। সিহত কেতিয়াও সম্পূৰ্ণ সঠিক কেতিয়াও নহব।

যদি আপুনি এটা অদ্ভুত বেটাৰি আয়ু অনুমান পায় (যেনে, এশ দিন), শক্তি ব্যৱস্থাপকত সম্ভবত এটা যথাযথ অনুমান কৰাৰ বাবে প্ৰয়োজনীয় তথ্য নাই।

যদি আপুনি পাৱাৰ আনপ্লাগ কৰে আৰু লেপটপক বেটাৰিত অলপ সময় চলায়, তাৰ পিছত ইয়াক প্লাগ ইন কৰে আৰু ইয়াক পুনৰ চাৰ্জ কৰে, শক্তি ব্যৱস্থাপকে প্ৰয়োজনীয় তথ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হব লাগে।