কম শক্তি ব্যৱহাৰ কৰক আৰু বেটাৰিৰ জীৱন উন্নত কৰক

কমপিউটাৰসমূহে বহু পৰিমাণ শক্তি ব্যৱহাৰ কৰিব পাৰে। কিছুমান সহজ শক্তি-সংৰক্ষণ পদ্ধতি ব্যৱহাৰ কৰি, আপুনি আপোনাৰ শক্তিৰ বিল কম কৰিব পাৰে আৰু পৰিৱেশত সহায় কৰিব পাৰে।

সাধাৰণ উপায়বোৰ

  • আপোনাৰ কমপিউটাৰ স্থগিত কৰক যেতিয়া আপুনি ইয়াক ব্যৱহাৰ কৰা নাই। ই ব্যৱহাৰ কৰা শক্তি খুবেই কম কৰে, আৰু খুব সোনকালে ইয়াক সাৰ পোৱাব পাৰি।

  • Turn off the computer when you will not be using it for longer periods. Some people worry that turning off a computer regularly may cause it to wear out faster, but this is not the case.

  • Use the Power panel in Settings to change your power settings. There are a number of options that will help to save power: you can automatically blank the screen after a certain time, reduce the screen brightness, and have the computer automatically suspend if you have not used it for a certain period of time.

  • কোনো বহিৰ্তম ডিভাইচ (যেনে প্ৰিন্টাৰ আৰু স্কেনাৰ) বন্ধ কৰক যেতিয়া আপুনি সিহতক ব্যৱহাৰ কৰা নাই।

বেটাৰিৰ সৈতে লেপটপসমূহ, নেটবুকসমূহ, আৰু অন্য ডিভাইচসমূহ

  • Reduce the screen brightness. Powering the screen accounts for a significant fraction of a laptop power consumption.

    বেছিৰভাগ লেপটপৰ কিবৰ্ডত বুটাম থাকে (অথবা এটা কিবৰ্ড চৰ্টকাট) যাক আপুনি উজ্জ্বলতা কম কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব।

  • If you do not need an Internet connection for a little while, turn off the wireless or Bluetooth cards. These devices work by broadcasting radio waves, which takes quite a bit of power.

    কিছুমান কমপিউটাৰত এটা ভৌতিক চুইচ থাকে যাক ব্যৱহাৰ কৰি ইয়াক অফ কৰিব পাৰি, য'ত অন্যৰ এটা কিবৰ্ড চৰ্টকাট থাকে যাক আপুনি ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ প্ৰয়োজন সাপেক্ষে আপুনি ইয়াক পুনৰ চলাব পাৰিব।

অধিক উন্নত উপায়বোৰ

  • পটভূমিত চলি থকা কাৰ্য্যসমূহৰ সংখ্যা কম কৰক। কমপিউটাৰসমূহে অধিক শক্তি ব্যৱহাৰ কৰে যেতিয়া সিহতৰ অধিক কাৰ্য্য কৰিব লগিয়া হয়।

    Most of your running applications do very little when you are not actively using them. However, applications that frequently grab data from the internet or play music or movies can impact your power consumption.