মোৰ কমপিউটাৰ আৰম্ভ নহব

আপোনাৰ কমপিউটাৰ আৰম্ভ নহোৱাৰ কেইবাটাও কাৰণ আছে। এই বিষয়ে কিছুমান সম্ভাব্য কাৰণৰ এটা সংক্ষিপ্ত বিৱৰণ দিয়ে।

কমপিউটাৰ প্লাগ্গড্ ইন নাই, ৰিক্ত বেটাৰি, অথবা ঢিলা কেবুল

Make sure that the power cables of the computer are firmly plugged in and the power outlets are switched on. Make sure that the monitor is plugged in and switched on too. If you have a laptop, connect the charging cable (in case it has run out of battery). You may also want to check that the battery is correctly fitted in place (check the underside of the laptop) if it is removable.

কমপিউটাৰ হাৰ্ডৱেৰৰ সৈতে সমস্যা

A component of your computer may be broken or malfunctioning. If this is the case, you will need to get your computer repaired. Common faults include a broken power supply unit, incorrectly-fitted components (such as the memory or RAM) and a faulty motherboard.

কমপিউটাৰ বিপ হয় আৰু তাৰ পিছত বন্ধ হয়

If the computer beeps several times when you turn it on and then turns off (or fails to start), it may be indicating that it has detected a problem. These beeps are sometimes referred to as beep codes, and the pattern of beeps is intended to tell you what the problem with the computer is. Different manufacturers use different beep codes, so you will have to consult the manual for your computer’s motherboard, or take your computer in for repairs.

কমপিউটাৰৰ ফেনসমূহ ঘুৰি আছে কিন্তু পৰ্দাত একো নাই

প্ৰথম সুনিশ্চিত কৰক যে আপোনাৰ মনিটৰ প্লাগ্গড্ ইন আছে আৰু অন অৱস্থাত আছে।

এই সমস্যা এটা হাৰ্ডৱেৰ ত্ৰুটিৰ বাবে হব পাৰে। আপুনি পাৱাৰ বুটাম টিপোতে ফেনসমূহ অন হব পাৰে, কিন্তু কমপিউটাৰৰ অন্য গুৰত্বপূৰ্ণ অংশবোৰ আৰম্ভ নহব পাৰে। এই ক্ষেত্ৰত, আপোনাৰ কমপিউটাৰক মেৰামতিৰ বাবে লৈ যাওক।