স্বচালিতভাৱে লগিন কৰক

আপুনি আপোনাৰ সংহতিসমূহ সলনি কৰিব পাৰে যাতে কমপিউটাৰ আৰম্ভ কৰোতে আপুনি স্বচালিতভাৱে আপোনাৰ একাওন্টত লগিন হয়:

  1. Go to the Desktop and start typing Users.

  2. Click Users to open the panel.

  3. আৰম্ভণিত স্বচালিতভাৱে লগিন কৰিবলৈ ব্যৱহাৰকাৰী একাওন্ট বাছক।

  4. Press Unlock in the top right corner and type in your password when prompted.

  5. Switch the Automatic Login switch to on.

When you next start up your computer, you will be logged in automatically. If you have this option enabled, you will not need to type in your password to log in to your account which means that if someone else starts up your computer, they will be able to access your account and your personal data including your files and browser history.

যদি আপোনাৰ একাওন্ট ধৰণ Standard, আপুনি এই সংহতি সলনি কৰিব নোৱাৰিব। আপোনাৰ চিস্টেম প্ৰশাসক যোনে আপোনাৰ এই সংহতি আপোনাৰ বাবে সলনি কৰিব পাৰিব তেওঁক যোগাযোগ কৰক।