এটা সুৰক্ষিত পাছৱাৰ্ড বাছক

আপোনাৰ পাছৱাৰ্ডক আপুনি সহজতে মনত ৰাখিব পৰা, কিন্তু অন্য দ্বাৰা অনুমান কৰিবলৈ অত্যন্ত কঠিন কৰক (কমপিউটাৰ প্ৰগ্ৰামসমূহ অন্তৰ্ভুক্ত কৰাকৈ)।

এটা ভাল পাছৱাৰ্ড নিৰ্বাচন কৰিলে আপোনাৰ কমপিউটাৰ সুৰক্ষিত থাকিব। যদি আপোনাৰ পাছৱাৰ্ড অনুমান কৰিবলৈ সহজ, কোনোবাই ইয়াক অনুমান লগাই আপোনাৰ ব্যক্তিগত তথ্য অভিগম কৰিব পাৰিব।

People could even use computers to systematically try to guess your password, so even one that would be difficult for a human to guess might be extremely easy for a computer program to crack. Here are some tips for choosing a good password:

  • Use a mixture of upper-case and lower-case letters, numbers, symbols and spaces in the password. This makes it more difficult to guess; there are more symbols from which to choose, meaning more possible passwords that someone would have to check when trying to guess yours.

    A good method for choosing a password is to take the first letter of each word in a phrase that you can remember. The phrase could be the name of a movie, a book, a song or an album. For example, “Flatland: A Romance of Many Dimensions” would become F:ARoMD or faromd or f: aromd.

  • আপোনাৰ পাছৱাৰ্ড যিমান সম্ভৱ দীঘল কৰক। ই যিমান অধিক আখৰ অন্তৰ্ভুক্ত কৰিব, এজন মানুহ অথবা কমপিউটাৰক ইয়াৰ অনুমান লগাবলৈ আৰু অধিক সময় লাগিব।

  • Do not use any words that appear in a standard dictionary in any language. Password crackers will try these first. The most common password is “password” — people can guess passwords like this very quickly!

  • Do not use any personal information such as a date, license plate number, or any family member’s name.

  • কোনো বিশেষ্য ব্যৱহাৰ নকৰিব।

  • এনে এটা পাছৱাৰ্ড বাছক যাক দ্ৰুত টাইপ কৰিব পাৰি, যাতে কোনোবাই আপোনাক টাইপ কৰা দেখি থাকিলেও, পাছৱাৰ্ডৰ অনুমান লগাব নোৱাৰে।

    আপোনাৰ পাছৱাৰ্ডসমূহ কেতিয়াও লিখি নথব। সিহতক সহজতে বিচাৰিব পাৰি!

  • ভিন্ন বস্তুৰ বাবে ভিন্ন পাছৱাৰ্ড ব্যৱহাৰ কৰক।

  • ভিন্ন একাওন্টৰ বাবে ভিন্ন পাছৱাৰ্ড ব্যৱহাৰ কৰক।

    যদি আপুনি আপোনাৰ সকলো একাওন্টৰ বাবে একেটা পাছৱাৰ্ড ব্যৱহাৰ কৰে, ইয়াক যোনে অনুমান কৰিব পাৰিব সি আপোনাৰ সকলো একাওন্ট তৎক্ষনাত অভিগম কৰিব পাৰিব।

    It can be difficult to remember lots of passwords, however. Though not as secure as using a different passwords for everything, it may be easier to use the same one for things that do not matter (like websites), and different ones for important things (like your online banking account and your email).

  • আপোনাৰ পাছৱাৰ্ডসমূহ নিয়মিতভাৱে সলনি কৰিব।