Set the Wacom tablet’s tracking mode

অনুকৰণ অৱস্থা এ পইন্টাৰ কেনেকৈ পৰ্দালৈ মেপ কৰা হয় নিৰ্ধাৰণ কৰে।

  1. Go to the Desktop and start typing Wacom Tablet.

  2. Click on Wacom Tablet to open the panel.

  3. Click the Tablet button in the header bar.

    If no tablet is detected, you’ll be asked to Please plug in or turn on your Wacom tablet. Click the Bluetooth Settings link to connect a wireless tablet.

  4. অনুকৰণ অৱস্থা ৰ কাষত, টেবলেট (প্ৰকৃত) অথবা টাচপেড (প্ৰাসংগিক) বাছক।

প্ৰকৃত অৱস্থাত, টেবলেটৰ প্ৰতিটো বিন্দু পৰ্দাৰ এটা বিন্দুলৈ চিহ্ন কৰে। পৰ্দাৰ ওপৰ বাঁও চুক, উদাহৰণস্বৰূপ, সদায় টেবলেটৰ একেটা বিন্দুলৈ প্ৰসংগ কৰে।

In relative mode, if you lift the pointer off the tablet and put it down in a different position, the cursor on the screen doesn’t move. This is the way a mouse operates.