ৰঙ ব্যৱস্থাপনা মই কেনেকৈ ডিভাইচসমূহলৈ আলেখ্যসমূহ ধাৰ্য্য কৰিম? — Look in Settings ▸ Color to add a color profile for your screen. ৰঙৰ ব্যৱস্থাপনা কিয় গুৰুত্বপূৰ্ণ? — ৰঙৰ ব্যৱস্থাপনা ৰূপাঙ্কক, ফ'টগ্ৰাফাৰ আৰু চিত্ৰকৰসকলৰ বাবে গুৰুত্বপূৰ্ণ। ৰঙৰ আলেখ্যাসমূহ এটা ৰঙৰ আলেখ্য কি? — এটা ৰঙৰ আলেখ্য এটা সাধাৰণ ফাইল যি এটা ৰঙৰ স্থান অথবা ডিভাইচ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এটা ৰঙৰ স্থান কি? — এটা ৰঙৰ স্থান ৰঙসমূহৰ এটা বিৱৰিত বিস্তাৰ। মই ৰঙৰ আলেখ্যসমূহ কেনেকৈ ইমপোৰ্ট কৰিম? — Color profiles can be imported by opening them. ৰঙৰ আলেখ্যসমূহ মই ক'ত পাম? — ৰঙৰ আলেখ্যবোৰ বিক্ৰেতাসকলৰ দ্বাৰা প্ৰদান কৰা হয় আৰু আপুনি নিজেই সৃজন কৰিব পাৰিব। মানাংকন What’s the difference between calibration and characterization? — মানাংকন আৰু চৰিত্ৰাঙ্কন সম্পূৰ্ণ পৃথক। কোনবোৰ লক্ষ্য ধৰণ সমৰ্থিত? — স্কেনাৰ আৰু কেমেৰা আলেখ্যান কৰিবলৈ মানাংকন লক্ষ্যবোৰৰ প্ৰয়োজন। কোনবোৰ ৰঙ জোখা যন্ত্ৰ সমৰ্থিত? — আমি বহু মানাংকন ডিভাইচ সমৰ্থন কৰো। মই কিয় নিজে মানাংকন কৰাটো প্ৰয়োজনীয়? — মানাংকন গুৰুত্বপূৰ্ণ যদি আপুনি প্ৰদৰ্শন কৰা অথবা প্ৰিন্ট কৰা ৰঙবোৰৰ কেৰেপ কৰে। মই মোৰ কেমেৰা কেনেকৈ মানাংকন কৰিম? — সঠিক ৰঙবোৰ লবলৈ আপোনাৰ কেমেৰা মানাংকন কৰাটো গুৰুত্বপূৰ্ণ। মই মোৰ প্ৰিন্টাৰ কেনেকৈ মানাংকন কৰিম? — সঠিক ৰঙবোৰ প্ৰিন্ট কৰিবলৈ আপোনাৰ প্ৰিন্টাৰ মানাংকন কৰাটো গুৰুত্বপূৰ্ণ। মই মোৰ পৰ্দা কেনেকৈ মানাংকন কৰিম? — সঠিক ৰঙবোৰ প্ৰদৰ্শন কৰিবলৈ আপোনাৰ পৰ্দা মানাংকন কৰাটো গুৰুত্বপূৰ্ণ। মই মোৰ স্কেনাৰ কেনেকৈ মানাংকন কৰিম? — সঠিক ৰঙবোৰ লবলৈ আপোনাৰ স্কেনাৰ মানাংকন কৰাটো গুৰুত্বপূৰ্ণ। মই মোৰ ৰঙৰ আলেখ্য অংশীদাৰী কৰিব পাৰিম নে? — ৰঙৰ আলেখ্যসমূহ অংশীদাৰী কৰাটো কেতিয়াও এটা ভাল বুদ্ধি নহয় যিহেতু হাৰ্ডৱেৰ সময়ৰ সৈতে পৰিবৰ্তন হয়। সমস্যাবোৰ Why don’t the default monitor profiles have a calibration expiry? — অবিকল্পিত মনিটৰ আলেখ্যসমূহৰ এটা মানাংকন তাৰিখ নাই। মোৰ ৰঙৰ আলেখ্য সঠিক নহলে মোক অধিসূচিত কৰা হব নে? — যদি আপোনাৰ ৰঙৰ আলেখ্য পুৰনি আৰু সঠিক নহয় আপোনাক অধিসূচিত কৰা হব। সম্পূৰ্ণ-পৰ্দা ৰঙ সঠিকৰকণৰ বাবে তথ্য সন্ধানহিন? — পূৰ্ণ-পৰ্দা ৰঙৰ সমাধানে সকলো উইন্ডোত সকলো পৰ্দাৰ ৰঙবোৰ পৰিবৰ্তন কৰে। ৰঙৰ ব্যৱস্থাপনা সঠিকভাৱে কাম কৰিছে নে মই কেনেকৈ পৰিক্ষা কৰিম? — Use the supplied test profiles to check that your profiles are being applied correctly to your screen. অধিক তথ্য ব্যৱহাৰকাৰী & চিস্টেম সংহতিসমূহ — From hardware control to privacy settings, make GNOME work for you. হাৰ্ডৱেৰ & ড্ৰাইভাৰসমূহ — Configure hardware and diagnose problems, including printers, displays, disks, and more.