ডিস্ক & সংৰক্ষণ Adjust the size of a filesystem — Shrink or grow a filesystem and its partition. Repair a damaged filesystem — Check if a filesystem is damaged and bring it back into a usable state. আপোনাৰ হাৰ্ড ডিস্কৰ পৰিৱেশন পৰিক্ষা কৰক — আপোনাৰ হাৰ্ড ডিস্কৰ দ্ৰুততা নিৰীক্ষন কৰিবলৈ বেঞ্চমাৰ্ক চলাওক। এটা আতৰাব পৰা ডিস্কৰ পৰা সকলো মচি পেলাওক — এটা বহিৰ্তম হাৰ্ড ডিস্ক অথবা USB ফ্লেশ্ব ড্ৰাইভ ফৰমেট কৰি সকলো ফাইল আৰু ফোল্ডাৰ আতৰাওক। কিমান ডিস্ক স্থান অৱশিষ্ট নিৰীক্ষণ কৰক — Use Disk Usage Analyzer, System Monitor, or Usage to check space and capacity. ভলিউমসমূহ আৰু বিভাজনসমূহ ব্যৱস্থাপনা কৰক — ভলিউমসমূহ আৰু বিভাজনসমূহ কি বুজক আৰু সিহতক ব্যৱস্থাপনা কৰিবলৈ ডিস্ক সঁজুলি ব্যৱহাৰ কৰক। সমস্যাৰ বাবে আপোনাৰ হাৰ্ড ডিস্ক নিৰীক্ষণ কৰক — Test your hard disk for problems to make sure that it’s healthy. অধিক তথ্য হাৰ্ডৱেৰ & ড্ৰাইভাৰসমূহ — Configure hardware and diagnose problems, including printers, displays, disks, and more.