ফাইলসমূহ, ফোল্ডাৰসমূহ & সন্ধান সাধাৰণ কাৰ্য্যসমূহ এটা ফাইল অথবা ফোল্ডাৰ পুনৰনামকৰণ কৰক — ফাইল অথবা ফোল্ডাৰৰ নাম পৰিবৰ্তন কৰক। ফাইলসমূহ আৰু ফোল্ডাৰসমূহ কপি কৰক অথবা স্থানান্তৰ কৰক — বস্তুবোৰ এটা নতুন ফোল্ডাৰলৈ কপি কৰক অথবা স্থানান্তৰ কৰক। ফাইলসমূহ আৰু ফোল্ডাৰসমূহ পূৰ্বদৰ্শন কৰক — দস্তাবেজসমূহ, ছবিবোৰ, ভিডিঅ'বোৰ আৰু অধিকৰ বাবে পূৰ্বদৰ্শন দ্ৰুত দেখুৱাওক আৰু লুকুৱাওক। ফাইলসমূহ আৰু ফোল্ডাৰসমূহ ব্ৰাউছ কৰক — ফাইল ব্যৱস্থাপকৰ সৈতে ফাইলসমূহ ব্যৱস্থাপনা আৰু সংঘঠন কৰক। ফাইলসমূহ আৰু ফোল্ডাৰসমূহ মচি পেলাওক — আপোনাৰ প্ৰয়োজন নহোৱা ফাইলসমূহ অথবা ফোল্ডাৰসমূহ আতৰাওক। ফাইলসমূহ আৰু ফোল্ডাৰসমূহ সজাঁওক — ফাইলসমূহ সিহতৰ নাম, আকাৰ, ধৰণ, অথবা সিহতক যেতিয়া সলনি কৰা হৈছিল সেই হিচাপে সজাঁওক। ফাইলসমূহ সন্ধান কৰক — Locate files based on file name and type. More file-related tasks Turn off or limit file history tracking — Stop or limit your computer from tracking your recently-used files. অন্য এপ্লিকেচনসমূহৰ সৈতে ফাইলসমূহ খোলক — Open files using an application that isn’t the default one for that type of file. You can change the default too. আবৰ্জনা & অস্থায়ী ফাইলসমূহ বাদ দিয়ক — কিমান সঘনে আপোনাৰ আবৰ্জনা আৰু অস্থায়ী ফাইলসমূহ আপোনাৰ কমপিউটাৰৰ পৰা আতৰোৱা হব চাওক। ইমেইলৰ সহায়ত ফাইলসমূহ অংশীদাৰী কৰক — ফাইল ব্যৱস্থাপকৰ পৰা সহজতে ফাইলসমূহ আপোনাৰ ইমেইল পৰিচয়লৈ স্থানান্তৰ কৰক। এটা চাৰ্ভাৰ অথবা নেটৱাৰ্ক অংশীদাৰীত ফাইলসমূহ ব্ৰাউছ কৰক — FTP, SSH, Windows ছেয়াৰ, অথবা WebDAV ৰে অন্য কমপিউটাৰত ফাইলসমূহ দৰ্শন কৰক আৰু সম্পাদন কৰক। এটা ফাইলক আবৰ্জনাৰ পৰা পুনৰুদ্ধাৰ কৰক। — মচি পেলোৱা ফাইলসমূহ সাধাৰণত আবৰ্জনালৈ পঠোৱা হয়, কিন্তু পুনৰুদ্ধাৰ কৰিব পাৰি। এটা হেৰুৱা ফাইল সন্ধান কৰক — Follow these tips if you can’t find a file you created or downloaded. ফাইল ব্যৱস্থাপকৰ পছন্দসমূহ — View and set preferences for the file browser. ফাইলসমূহক এটা CD অথবা DVD লৈ লিখক — এটা CD/DVD বাৰ্ণাৰ ব্যৱহাৰ কৰি ফাইলসমূহ আৰু দস্তাবেজসমূহক এটা ৰিক্ত CD অথবা DVD ত থওক। ফাইলৰ বৈশিষ্ট্যসমূহ — মৌলিক ফাইল তথ্য দৰ্শন কৰক, অনুমতিসমূহ সংহতি কৰক, আৰু অবিকল্পিত এপ্লিকেচনসমূহ বাছক। আতৰাব পৰা ড্ৰাইভসমূহ আৰু বহিৰ্তম ডিস্কসমূহ এটা বহিৰ্তম ড্ৰাইভ সুৰক্ষিতভাৱে আতৰাওক — এটা USB ফ্লেশ্ব ড্ৰাইভ, CD, DVD, অথবা অন্য ডিভাইচ বাহিৰ উলিৱাওক অথবা আনমাউন্ট কৰক। ডিভাইচসমূহ অথবা ডিস্কসমূহৰ বাবে এপ্লিকেচনসমূহ খোলক — CDs আৰু DVDs, কেমেৰা, অডিঅ' প্লেয়াৰ, আৰু অন্য ডিভাইচসমূহ আৰু মাধ্যমৰ বাবে এপ্লিকেচনসমূহ স্বচালিতভাৱে চলাওক। বেকআপ লোৱা আপোনাৰ গুৰুত্বপূৰ্ণ ফাইলসমূহৰ বেকআপ লওক — বেকআপসমূহৰ কিয়, কি, ক'ত আৰু কেনেকৈ। আপোনাৰ বেকআপ নিৰীক্ষণ কৰক — আপোনাৰ বেকআপৰ সফলতা সুনিশ্চিত কৰক। এটা বেকআপ পুনৰুদ্ধাৰ কৰক — আপোনাৰ ফাইলসমূহ এটা বেকআপৰ পৰা পুনৰুদ্ধাৰ কৰক বেকআপসমূহৰ বাৰংবাৰতা — Learn how often you should backup your important files to make sure that they are safe. মই বেকআপ কৰিব বিচৰা ফাইলসমূহ ক'ত পাম? — ফোল্ডাৰসমূহৰ এটা তালিকা য'ত আপুনি বেকআপ ল'ব বিচৰা দস্তাবেজসমূহ, ফাইলসমূহ আৰু সংহতিসমূহ পাব। সহায় আৰু প্ৰশ্নবোৰ What is a file with a ~ at the end of its name? — বেকআপ ফাইলসমূহ আছে। সিহত অবিকল্পিতভাৱে লুকুৱা। এটা ফাইল লুকুৱাওক — Make a file invisible, so you cannot see it in the file manager. ফাইলৰ অনুমতিসমূহ সংহতি কৰক — আপোনাৰ ফাইলসমূহ আৰু ফোল্ডাৰসমূহ কোনো দৰ্শন আৰু সম্পাদনা কৰিব পাৰিব নিয়ন্ত্ৰণ কৰক। ফোল্ডাৰ পত্ৰচিহ্নসমূহ সম্পাদন কৰক — ফাইল ব্যৱস্থাপকত পত্ৰচিহ্নসমূহ যোগ কৰক, মচি পেলাওক, আৰু পুনৰ নামকৰণ কৰক। বিন্যাসৰ মতে ফাইলসমূহ বাছক — একে ধৰণৰ নাম থকা একাধিক ফাইলক নিৰ্বাচন কৰিবলৈCtrl+S টিপক। সাধাৰণত-ব্যৱহৃত দস্তাবেজ দৰণসমূহৰ বাবে টেমপ্লেইটসমূহ — স্বনিৰ্বাচিত ফাইল টেমপ্লেইটসমূহৰ পৰা দ্ৰুত নতুন দস্তাবেজসমূহ সৃষ্টি কৰক। অধিক তথ্য Endless OS Desktop — A guide for Endless OS Desktop users.