Sound and media মৌলিক শব্দ শব্দৰ ভলিউম পৰিবৰ্তন কৰক — কমপিউটাৰৰ শব্দ ভলিউম সংহতি কৰক আৰু প্ৰতিটো এপ্লিকেচনৰ শব্দ উচ্চতা নিয়ন্ত্ৰণ কৰক। এটা অন্য মাইক্ৰফোন ব্যৱহাৰ কৰক — এটা এনালগ অথবা USB মাইক্ৰফোন ব্যৱহাৰ কৰক আৰু এটা অবিকল্পিত ইনপুট ডিভাইচ বাছক। ভিন্ন স্পিকাৰ অথবা হেডফোন ব্যৱহাৰ কৰক — স্পিকাৰসমূহ অথবা হেডফোনসমূহ বাছক আৰু এটা অবিকল্পিত অডিঅ' ইনপুট ডিভাইচ বাছক। শব্দৰ সমস্যাবোৰ — কোনো শব্দ নথকা অথবা কম শব্দ ক্ষমতাৰ সমস্যাবোৰ সমস্যামুক্তি কৰক। সতৰ্ক শব্দ বাছক অথবা অসামৰ্থবান কৰক — বাৰ্তাসমূহৰ বাবে শব্দ বাছক, সতৰ্কৰ ভলিউম সংহতি কৰক, অথবা সতৰ্কৰ শব্দবোৰ অসামৰ্থবান কৰক। অধিক তথ্য ব্যৱহাৰকাৰী & চিস্টেম সংহতিসমূহ — From hardware control to privacy settings, make GNOME work for you. Music, video & devices I can’t play the songs I bought from an online music store — Support for that file format might not be installed or the songs could be “copy protected”. Other people can’t play the videos I made — পৰিক্ষা কৰক যে সিহতৰ সঠিক কডেকসমূহ ইনস্টল আছে। Why won’t DVDs play? — আপোনাৰ সঠিক কডেকসমূহ ইনস্টল নাথাকিব পাৰে, অথবা DVD ভুল অঞ্চলত থাকিব পাৰে। ডিভাইচসমূহ অথবা ডিস্কসমূহৰ বাবে এপ্লিকেচনসমূহ খোলক — CDs আৰু DVDs, কেমেৰা, অডিঅ' প্লেয়াৰ, আৰু অন্য ডিভাইচসমূহ আৰু মাধ্যমৰ বাবে এপ্লিকেচনসমূহ স্বচালিতভাৱে চলাওক। মিডিয়া কাৰ্ড ৰিডাৰ সমস্যাবোৰ — Troubleshoot media card readers. অধিক তথ্য Endless OS Desktop — A guide for Endless OS Desktop users.