বেতাঁৰ নেটৱাৰ্ক সমস্যামুক্তক
This is a step-by-step troubleshooting guide to help you identify and fix wireless problems. If you cannot connect to a wireless network for some reason, try following the instructions here.
আমি আপোনাৰ কমপিউটাৰক ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰিবলৈ নিম্নলিখিত স্তৰবোৰৰে আগবাঢ়িম:
এটা আৰম্ভণি পৰিক্ষা পৰিৱেশন কৰা হৈছে
আপোনাৰ হাৰ্ডৱেৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে
আপোনাৰ হাৰ্ডৱেৰ পৰিক্ষা কৰা হৈছে
আপোনাৰ বেতাঁৰ ৰাউটাৰলৈ এটা সংযোগ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে
আপোনাৰ মডেম আৰু ৰাউটাৰৰ এটা পৰিক্ষা কৰা হৈছে
আৰম্ভ কৰিবলৈ, পৃষ্ঠাৰ ওপৰ সোঁফালে পৰৱৰ্তী লিঙ্কত ক্লিক কৰক। এই লিঙ্ক, আৰু নিম্নলিখিত পৃষ্ঠাসমূহত ইয়াৰ নিচিনা অন্যয়, আপোনাক সহায়কত প্ৰত্যকটো স্তৰৰে নিব।
কমান্ড শাৰী ব্যৱহাৰ কৰা
Some of the instructions in this guide ask you to type commands into the command line (Terminal). You can find the Terminal application on the desktop.
If you are not familiar with using a command line, don’t worry — this guide will direct you at each step. All you need to remember is that commands are case-sensitive (so you must type them exactly as they appear here), and to press Enter after typing each command to run it.