শক্তি & বেটাৰি Check the battery status — Display the status of the battery and connected devices. Log out, power off or switch users — আপোনাৰ ব্যৱহাৰকাৰী একাওন্ট কেনেকৈ প্ৰস্থান কৰিব শিকক, লগ আউট কৰি, ব্যৱহাৰকাৰী পৰিবৰ্তন কৰি, আৰু ইত্যাদি। Show the battery status as a percentage — Display the battery percentage in the top bar. Switch off unused wireless technologies — Bluetooth, wi-fi and mobile broadband can be switched off to reduce battery use. আপোনাৰ লেপটপ বেটাৰিৰ পৰা সৰ্বাধিক প্ৰাপ্ত কৰক — Tips such as “Do not let the battery charge get too low”. কম শক্তি ব্যৱহাৰ কৰক আৰু বেটাৰিৰ জীৱন উন্নত কৰক — আপোনাৰ কমপিউটাৰৰ শক্তি উপভোগ কম কৰাৰ উপায়। মই কমপিউটাৰ স্থগিত কৰোতে কি হয়? — স্থগিত অৱস্থাত আপোনাৰ কমপিউটাৰ নিদ্ৰাত যায়, সেয়েহে ই কম শক্তি ব্যৱহাৰ কৰে। মই লিড বন্ধ কৰোতে মোৰ কমপিউটাৰ বন্ধ কিয় হয়? — আপুনি লিড বন্ধ কৰোতে লেপটপবোৰ শক্তি সঞ্চয় কৰিবলৈ, নিদ্ৰাত যায়। Power saving settings Choose a power profile — Balance performance and battery usage. Enable automatic brightness — Automatically control screen brightness to reduce battery use. Set screen blanking time — Change the screen blanking time to save power. Set up automatic suspend — Configure your computer to suspend automatically. কিছু সময় পিছত মোৰ পৰ্দা কিয় স্লান হৈ যায়? — The screen will dim when the computer is idle in order to save power. প্ৰশ্নবোৰ Why did my computer turn off when the battery got to 10%? — বেটাৰিক সম্পূৰ্ণভাৱে ডিচ চাৰ্জ হব দিয়াটো ইয়াৰ বাবে বেয়া। আকলন কৰা বেটাৰি শক্তি ভুল — আপুনি বেটাৰি আইকন ত ক্লিক কৰোতে প্ৰদৰ্শিত বেটাৰি শক্তি এটা আকলন। মোৰ বেটাৰি শক্তি Windows/Mac OS ৰ তুলনাত কম কিয়? — নিৰ্মাতাৰ কিটিপ আৰু পৃথক বেটাৰি আয়ু এই সমস্যাৰ কাৰণ হব পাৰে। মোৰ লেপটপ বেটাৰিত চলি থকা অৱস্থাত লেহেম কিয়? — কিছুমান লেপটপ বেটাৰিত চলি থকা অৱস্থাত ইচ্ছাকৃতভাৱে লেহেম হৈ যায়। সমস্যাবোৰ মই মোৰ কমপিউটাৰক স্থগিত কৰাৰ পিছত ই আকৌ আৰম্ভ নহয় কিয়? — Some computer hardware causes problems with suspend. মোৰ কমপিউটাৰ আৰম্ভ নহব — ঢিলা কেবুল আৰু হাৰ্ডৱেৰ সমস্যাবোৰ সম্ভাব্য কাৰণ। মোৰ কমপিউটাৰ এটা শক্তি যোগানৰ সৈতে অন্য দেশত কাম কৰিব নে? — আপোনাৰ কমপিউটাৰ কাম কৰিব, কিন্তু আপোনাক এটা ভিন্ন পাৱাৰ কেবুল অথবা এটা ট্ৰেভেল এডাপ্টাৰৰ প্ৰয়োজন হব। মোৰ কমপিউটাৰ সঁচাকৈ বহুত গৰম হয় — কমপিউটাৰসমূহ সাধাৰণত গৰম হয়, কিন্তু যদি সিহত অত্যাধিক গৰম হয় সিহত অধিতপ্ত হব পাৰে, যি ক্ষতিকাৰক হব পাৰে। মোৰ কমপিউটাৰ সাৰ পাওতে কোনো বেতাঁৰ নেটৱাৰ্ক নাছিল — কিছুমান বেতাঁৰ ডিভাইচৰ সমস্যা হয় যেতিয়া আপোনাৰ কমপিউটাৰ স্থগিত হয় অথবা সঠিকভাৱে অব্যাহত নহয়। লেপটপ ফেন সদায় চলি থাকে — কিছুমান ফেন-নিয়ন্ত্ৰণ চফ্টৱেৰ নাথাকিব পাৰে, অথবা আপোনাৰ লেপটপ গৰম অৱস্থাত চলি থাকিব পাৰে। অধিক তথ্য হাৰ্ডৱেৰ সমস্যাবোৰ অধিক তথ্য ব্যৱহাৰকাৰী & চিস্টেম সংহতিসমূহ — From hardware control to privacy settings, make GNOME work for you. হাৰ্ডৱেৰ & ড্ৰাইভাৰসমূহ — Configure hardware and diagnose problems, including printers, displays, disks, and more.