এটা এটা-কাষৰ প্ৰিন্টাৰত এটা পুস্তিকা প্ৰিন্ট কৰক
এটা PDF দস্তাবেজৰ পৰা এটা বুকলেট প্ৰিন্ট কৰিবলৈ এই নিৰ্দেশবোৰ দিয়া হৈছে।
If you want to print a booklet from a LibreOffice document, first export it to a PDF by choosing File ▸ Export as PDF…. Your document needs to have a multiple of 4 number of pages (4, 8, 12, 16,…). You may need to add up to 3 blank pages.
প্ৰিন্ট কৰিবলৈ:
প্ৰিন্ট ডাইলগ খোলক। ইয়াক সাধাৰণত মেনুত প্ৰিন্ট ব্যৱহাৰ কৰি অথবা Ctrl+P কিবৰ্ড চৰ্টকাট ব্যৱহাৰ কৰি কৰিব পৰা যাব।
-
Click the Properties… button
In the Orientation drop-down list, make sure that Landscape is selected.
Click OK to go back to the print dialog.
-
Under Range and Copies, choose Pages.
এই ক্ৰমত পৃষ্ঠাসমূহৰ সংখ্যা টাইপ কৰক (n হল পৃষ্ঠাৰ সৰ্বমুঠ সংখ্যা, আৰু ৪ ৰ এটা বহুগুণ):
n, 1, 2, n-1, n-2, 3, 4, n-3, n-4, 5, 6, n-5, n-6, 7, 8, n-7, n-8, 9, 10, n-9, n-10, 11, 12, n-11…
…যেতিয়ালৈকে আপুনি সকলো পৃষ্ঠা টাইপ কৰি লোৱা নাই।
উদাহৰণসমূহ:
৪ পৃষ্ঠাৰ বুকলেট: 4,1,2,3 টাইপ কৰক
৮ পৃষ্ঠাৰ বুকলেট: 8,1,2,7,6,3,4,5 টাইপ কৰক
১২ পৃষ্ঠাৰ বুকলেট: 12,1,2,11,10,3,4,9,8,5,6,7 টাইপ কৰক
১৬ পৃষ্ঠাৰ বুকলেট: 16,1,2,15,14,3,4,13,12,5,6,11,10,7,8,9 টাইপ কৰক
২০ পৃষ্ঠাৰ বুকলেট: 20,1,2,19,18,3,4,17,16,5,6,15,14,7,8,13,12,9,10,11 টাইপ কৰক
-
Choose the Page Layout tab.
Under Layout, select Brochure.
Under Page Sides, in the Include drop-down list, select Front sides / right pages.
প্ৰিন্ট ক্লিক কৰক।
যেতিয়া সকলো পৃষ্ঠাৰ প্ৰিন্ট সম্পূৰ্ণ হৈ যায়, পৃষ্ঠাসমূহ লুটিয়াওক আৰু সিহতক প্ৰিন্টাৰত পুনৰ থওক।
প্ৰিন্ট ডাইলগ খোলক। ইয়াক সাধাৰণত মেনুত প্ৰিন্ট ব্যৱহাৰ কৰি অথবা Ctrl+P কিবৰ্ড চৰ্টকাট ব্যৱহাৰ কৰি কৰিব পৰা যাব।
-
Choose the Page Layout tab.
Under Page Sides, in the Include drop-down list, select Back sides / left pages.
প্ৰিন্ট ক্লিক কৰক।