প্ৰিন্ট কৰোতে পৃষ্ঠাৰ আকাৰ পৰিবৰ্তন কৰক
যদি আপুনি আপোনাৰ দস্তাবেজৰ পৃষ্ঠা আকাৰ পৰিবৰ্তন কৰিব খোজে (উদাহৰণস্বৰূপ, এটা A4 পৃষ্ঠাত US Letter-sized PDF প্ৰিন্ট কৰা), আপুনি দস্তাবেজৰ প্ৰিন্টিং বিন্যাস পৰিবৰ্তন কৰিব পাৰিব।
Open the print dialog by pressing Ctrl+P.
পৃষ্ঠাৰ সংস্থাপন টেব বাছক।
Under the Paper column, choose your Paper size from the drop-down list.
Click Print to print your document.
You can also use the Orientation drop-down list to choose a different orientation:
পট্ৰেইট
লেণ্ডস্কেইপ
উলোটা পোট্ৰেইট
উলোটা লেণ্ডস্কেইপ