আপোনাৰ পছন্দৰ এপসমূহক ডেশলৈ পিন কৰক

To add an application to the dash for easy access:

On the desktop, right-click the application icon and select Pin to Dash.

ডেশৰ পৰা এটা এপ্লিকেচনক আতৰাবলৈ, এপ্লিকেচন আইকনত ৰাইট-ক্লিক কৰক আৰু পছন্দৰ পৰা আতৰাওক বাছক।