উইন্ডোসমূহৰ মাজত চুইচ কৰক
You can see all the running applications that have a graphical user interface in the window switcher. This makes switching between tasks a single-step process and provides a full picture of which applications are running.
এটা কাৰ্য্যস্থানৰ পৰা:
উইন্ডো চুইচাৰত উইন্ডোসমূহ এটা এপ্লিকেচন দ্বাৰা দলবদ্ধ কৰা হয়। একাধিক এপ্লিকেচনৰ পূৰ্বদৰ্শন আপুনি ক্লিক কৰোতে পপ ডাউন হয়। Super ধৰি থওক আৰু তালিকাত যাবলৈ ` (Tab ৰ ওপৰত থকা কি) টিপক।
আপুনি → অথবা ← কি'সমূহ ব্যৱহাৰ কৰি উইন্ডো চুইচাৰত এপ্লিকেচন আইকনসমূহৰ মাজত ভ্ৰমণ কৰিব পাৰিব, অথবা মাউছৰ সৈতে ক্লিক কৰি এটা বাছক।
এটা উইন্ডোৰ সৈতে এপ্লিকেচনসমূহৰ পূৰ্বদৰ্শন ↓ কি'ৰ সৈতে প্ৰদৰ্শন কৰিব পাৰি।
From the Activities overview, click on a window to switch to it and leave the overview. If you have multiple workspaces open, you can click on each workspace to view the open windows on each workspace.