পৰ্দাত লিখনীৰ আকাৰ পৰিবৰ্তন কৰক
যদি আপোনাৰ পৰ্দাৰ লিখনী পঢ়োতে অসুবিধা হয়, আপুনি ফন্টৰ আকাৰ পৰিবৰ্তন কৰিব পাৰিব।
Go to the desktop and start typing Accessibility.
Click on Accessibility to open the panel.
In the Seeing section, switch the Large Text switch to on.
বিকল্পভাৱে, আপুনি ওপৰ বাৰত অভিগম্যতা আইকন ক্লিক কৰি আৰু ডাঙৰ লিখনী নিৰ্বাচন কৰি লিখনী আকাৰ দ্ৰুতভাৱে সলনি কৰিব পাৰিব।
In many applications, you can increase the text size at any time by pressing Ctrl++. To reduce the text size, press Ctrl+-.
Large Text will scale the text by 1.2 times.