Accessibility
The system includes assistive technologies to support users with various impairments and special needs, and to interact with common assistive devices. An accessibility menu can be added to the top bar, giving easier access to many of the accessibility features.
দৃষ্টিৰ অক্ষমতা
দৃষ্টিহিনতা
- পৰ্দাক ৰাউচি পঢ়ক — ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ কবলৈ Orca পৰ্দা পঢ়োতা ব্যৱহাৰ কৰক।
- ব্ৰেইলত পৰ্দা পঢ়ক — এটা সতেজ কৰিব পৰা ব্ৰেইল প্ৰদৰ্শনৰ সৈতে Orca পৰ্দা পঢ়োতা ব্যৱহাৰ কৰক।
নিম্ন দৃষ্টি
- Magnify a screen area — Zoom in on your screen so that it is easier to see things.
- কনট্ৰাস্ট ঠিক কৰক — Make windows and buttons on the screen more (or less) vivid, so they’re easier to see.
- কিবৰ্ড কাৰ্চাৰ ব্লিঙ্ক কৰাওক — সুমুৱা বিন্দু ব্লিঙ্ক কৰাওক আৰু ই কিমান দ্ৰুত ব্লিঙ্ক কৰে নিয়ন্ত্ৰণ কৰক।
- পৰ্দাত লিখনীৰ আকাৰ পৰিবৰ্তন কৰক — লিখনী পঢ়িবলৈ সহজ কৰিবলে ডাঙৰ ফন্ট ব্যৱহাৰ কৰক।
শুনাৰ অক্ষমতা
- সতৰ্কবাৰ্তা শব্দবোৰৰ বাবে পৰ্দা ফ্লেশ্ব কৰক — এটা সতৰ্ক শব্দ বাজোতে পৰ্দা অথবা উইন্ডো ফ্লেশ কৰিবলৈ চক্ষ সতৰ্কবাৰ্তাসমূহ সামৰ্থবান কৰক।
চলনৰ অক্ষমতা
মাউছৰ গমণ
- Adjust the speed of the mouse and touchpad — যেতিয়া আপুনি আপোনাৰ মাউছ অথবা টাচপেড ব্যৱহাৰ কৰে পোইন্টাৰ স্থানান্তৰ হোৱাৰ গতি পৰিবৰ্তন কৰক।
- Click and move the mouse pointer using the keypad — Enable mouse keys to control the mouse with the numeric keypad.
ক্লিকিং আৰু ড্ৰেগিং
- এটা ৰাইট মাউছ ক্লিক চিমুলেইট কৰক — ৰাইট-ক্লিক কৰিবলৈ বাঁও মাউছ বুটাম টিপক আৰু ধৰি থওক।
- দুবাৰ-ক্লিকৰ গতি সমন্বয় কৰক — দুবাৰ-ক্লিক কৰিবলৈ আপুনি কিমান দ্ৰুত মাউছ বুটাম দ্বিতীয়বাৰ টিপিব লাগিব নিয়ন্ত্ৰণ কৰক।
- হভাৰ কৰি ক্লিকিং চিমুলেইট কৰক — The Hover Click (Dwell Click) feature allows you to click by holding the mouse still.
কিবৰ্ডৰ ব্যৱহাৰ
- Manage repeated key presses — আপুনি এটা কি' ধৰই থওতে কিবৰ্ডক আখৰবোৰ পুনৰাবৃত্তি কৰিব নিদিব, অথবা পুনৰাবৃত্তি কি'সমূহৰ বিলম্ব আৰু গতি পৰিবৰ্তন কৰক।
- Use an on-screen keyboard — Use an on-screen keyboard to enter text by clicking buttons with the mouse or a touchscreen.
- কিবৰ্ড ভ্ৰমণ — এটা মাউছ নহোৱাকৈ এপ্লিকেচনসমূহ আৰু ডেস্কটপ ব্যৱহাৰ কৰক।
- বাউঞ্চ কি'সমূহ অন কৰক — একেটা কি'ৰ দ্ৰুত-পুনৰাবৃত্তি হোৱা কি' টিপা উপেক্ষা কৰক
- লেহেম কি'সমূহ অন কৰক — এটা কি' টিপা আৰু পৰ্দাত উপস্থিত হোৱা সেই আখৰৰ মাজত এটা বিলম্ব ৰাখক।
- স্টিকি কি'সমূহ অন কৰক — কি'বৰ্ড চৰ্টকাটসমূহক সকলো কি' একেলগে টিপাৰ পৰিৱৰ্তে এটা সময়ত এটা কি' টিপি টাইপ কৰক।