কেনেকৈ বেকআপ লব
আপোনাৰ ফাইল আৰু সংহতিসমূহ বেক আপ কৰাৰ আটাইতকৈ সহজ পদ্ধতি হল এটা বেক আপ এপ্লিকেচনক আপোনাৰ বাবে বেকআপ প্ৰক্ৰিয়া ব্যৱস্থাপনা কৰিবলৈ দিয়া। বিভিন্ন ধৰণ বেকআপ এপ্লিকেচন উপলব্ধ আছে, উদাহৰণস্বৰূপ Déjà Dup।
আপোনাৰ নিৰ্বাচন কৰা বেকআপ এপ্লিকেচনৰ বাবে সহায় আপোনাক বেকআপৰ বাবে আপোনাৰ পছন্দসমূহ সংহতি কৰাৰ, আৰু লগতে কিধৰণে আপোনাৰ তথ্য পুনৰুদ্ধাৰ কৰিব তাৰ বিষয়ে সহায় কৰিব।
An alternative option is to copy your files to a safe location, such as an external hard drive, an online storage service, or a USB drive. Your personal files and settings are usually in your Home folder, so you can copy them from there.
আপুনি বেকআপ লব পৰা তথ্যৰ পৰিমাণ সংৰক্ষণ ডিভাইচৰ আকাৰ দ্বাৰা সীমিত। যদি আপোনাৰ বেকআপ ডিভাইচত স্থান উপলব্ধ আছে, নিম্নলিখিত ব্যতিক্ৰমৰ সৈতে সম্পূৰ্ণ ঘৰ ফোল্ডাৰৰ বেকআপ লোৱাটো উত্তম:
Files that are already backed up somewhere else, such as to a USB drive, or other removable media.
Files that you can recreate easily. For example, if you are a programmer, you do not have to back up the files that get produced when you compile your programs. Instead, just make sure that you back up the original source files.
আবৰ্জনা ফোল্ডাৰত যিকোনো ফাইল। আপোনাৰ আবৰ্জনা ফোল্ডাৰ ~/.local/share/Trash ত পোৱা যাব।