Files list columns preferences

There are several columns of information that you can display in the Files list view. Right-click a column header and select or deselect which columns should be visible.

নাম

The name of folders and files.

The Name column cannot be hidden.

আকাৰ

এটা ফোল্ডাৰৰ আকাৰ অন্তৰ্ভুক্ত বস্তুবোৰৰ সংখ্যা ৰূপে দিয়া হয়। এটা ফাইলৰ আকাৰ বাইট, KB, অথবা MB দিয়া হয়।

ধৰণ

ফোল্ডাৰ ৰূপে, অথবা ফাইল ধৰণ যেনে PDF দস্তাবেজ, JPEG ছবি, MP3 অডিঅ', আৰু অধিক ৰূপে প্ৰদৰ্শিত।

পৰিবৰ্তিত

Gives the date of the last time the file was modified.

গৰাকী

ফোল্ডাৰৰ ব্যৱহাৰকাৰী অথবা ফাইলৰ গৰাকীৰ নাম।

দল

The group the file is owned by. Each user is normally in their own group, but it is possible to have many users in one group. For example, a department may have their own group in a work environment.

অনুমতিসমূহ

Displays the file access permissions. For example, drwxrw-r--

  • The first character is the file type. - means regular file and d means directory (folder). In rare cases, other characters can also be shown.

  • পৰৱৰ্তী তিনিটা আখৰ rwx এ ফাইলৰ স্বত্বত থকা ব্যৱহাৰকাৰীৰ অনুমতিবোৰ ধাৰ্য্য কৰে।

  • পৰৱৰ্তী তিনিটা rw- ফাইলৰ স্বত্বত থকা দলৰ সকলো সদস্যৰ অনুমতিবোৰ ধাৰ্য্য কৰে।

  • স্তম্ভত শেষৰ তিনিটা আখৰ r-- এ চিস্টেমত অন্য সকলো ব্যৱহাৰকাৰীৰ বাবে অনুমতিবোৰ ধাৰ্য্য কৰে।

Each permission has the following meanings:

  • r: readable, meaning that you can open the file or folder

  • w: writable, meaning that you can save changes to it

  • x: executable, meaning that you can run it if it is a program or script file, or you can access subfolders and files if it is a folder

  • -: permission not set

MIME ধৰণ

বস্তুৰ MIME ধৰণ প্ৰদৰ্শন কৰে।

অবস্থান

ফাইলৰ অৱস্থানলৈ পথ।

Modified — Time

ফাইল সৰ্বশেষ পৰিবৰ্তন কৰা সময়ৰ তাৰিখ আৰু সময় প্ৰদান কৰে।

অভিগম কৰা হৈছে

Gives the date or time of the last time the file was modified.