সাধাৰণতে-ব্যৱহৃত নেটৱাৰ্ক পৰ্টসমূহ

This is a list of network ports commonly used by applications that provide network services, like file sharing or remote desktop viewing. There are thousands of ports in use, so this table isn’t complete.

পৰ্ট

নাম

বিৱৰণ

5353/udp

mDNS, Avahi

চিস্টেমসমূহক আন চিস্টেমসমূহ সন্ধান কৰাৰ, আৰু সিহতে প্ৰদান কৰা সেৱাসমূহৰ বিৱৰণ দিয়াৰ অনুমতি দিয়ক, আপুনি বিৱৰণসমূহ হস্তচালিতভাৱে ধাৰ্য্য কৰাৰ প্ৰয়োজনীয়তা নহোৱাকৈ।

631/udp

প্ৰিন্টিং

আপোনাক নেটৱাৰ্কৰ সহায়ত এটা প্ৰিন্টাৰলৈ প্ৰিন্ট কাৰ্য্য পঠোৱাৰ অনুমতি দিয়ে।

631/tcp

প্ৰিন্টিং

আপোনাক আপোনাৰ প্ৰিন্ৰাক নেটৱাৰ্কত অন্যৰ সৈতে অংশীদাৰী কৰাৰ অনুমতি দিয়ে।

5298/tcp

উপস্থিতি

Allows you to advertise your instant messaging status to other people on the network, such as “online” or “busy”.

5900/tcp

দূৰৱৰ্তী ডেস্কটপ

আপোনাৰ ডেস্কটপ অংশীদাৰী কৰাৰ অনুমতি দিয়ে যাতে অন্য মানুহে ইয়াক দৰ্শন কৰিব পাৰে অথবা দূৰৱৰ্তী সহায় প্ৰদান কৰিব পাৰে।

3689/tcp

সংগিত অংশীদাৰী (DAAP)

নেটৱাৰ্কত অন্যৰ সৈতে আপোনাৰ সংগিত লাইব্ৰেৰী অংশীদাৰী কৰাৰ অনুমতি দিয়ে।