সাধাৰণতে-ব্যৱহৃত নেটৱাৰ্ক পৰ্টসমূহ
This is a list of network ports commonly used by applications that provide network services, like file sharing or remote desktop viewing. There are thousands of ports in use, so this table isn’t complete.
পৰ্ট |
নাম |
বিৱৰণ |
5353/udp |
mDNS, Avahi |
চিস্টেমসমূহক আন চিস্টেমসমূহ সন্ধান কৰাৰ, আৰু সিহতে প্ৰদান কৰা সেৱাসমূহৰ বিৱৰণ দিয়াৰ অনুমতি দিয়ক, আপুনি বিৱৰণসমূহ হস্তচালিতভাৱে ধাৰ্য্য কৰাৰ প্ৰয়োজনীয়তা নহোৱাকৈ। |
631/udp |
প্ৰিন্টিং |
আপোনাক নেটৱাৰ্কৰ সহায়ত এটা প্ৰিন্টাৰলৈ প্ৰিন্ট কাৰ্য্য পঠোৱাৰ অনুমতি দিয়ে। |
631/tcp |
প্ৰিন্টিং |
আপোনাক আপোনাৰ প্ৰিন্ৰাক নেটৱাৰ্কত অন্যৰ সৈতে অংশীদাৰী কৰাৰ অনুমতি দিয়ে। |
5298/tcp |
উপস্থিতি |
Allows you to advertise your instant messaging status to other people on the network, such as “online” or “busy”. |
5900/tcp |
দূৰৱৰ্তী ডেস্কটপ |
আপোনাৰ ডেস্কটপ অংশীদাৰী কৰাৰ অনুমতি দিয়ে যাতে অন্য মানুহে ইয়াক দৰ্শন কৰিব পাৰে অথবা দূৰৱৰ্তী সহায় প্ৰদান কৰিব পাৰে। |
3689/tcp |
সংগিত অংশীদাৰী (DAAP) |
নেটৱাৰ্কত অন্যৰ সৈতে আপোনাৰ সংগিত লাইব্ৰেৰী অংশীদাৰী কৰাৰ অনুমতি দিয়ে। |