ইন্টাৰনেটত সুৰক্ষিত থকা মেৰ ইমেইলসমূহ ভাইৰাচৰ বাবে স্কেন কৰাৰ প্ৰয়োজন আছে নে? — ভাইৰাচ দ্বাৰা আপোনাৰ কমপিউটাৰক ক্ষতি কৰাৰ সম্ভাবনা খুবেই কম, কিন্তু আপুনি ইমেইল পঠোৱা ব্যক্তিসকলৰ কমপিউটাৰসমূহক ক্ষতি কৰিব পাৰে। মোক এন্টি-ভাইৰাচ চফ্টৱেৰৰ প্ৰয়োজন আছে নে? — There are few Linux viruses, so you probably don’t need anti-virus software. সাধাৰণতে-ব্যৱহৃত নেটৱাৰ্ক পৰ্টসমূহ — এটা প্ৰগ্ৰামক আপোনাৰ ফায়াৰৱালৰ সৈতে নেটৱাৰ্ক অভিগম সামৰ্থবান/অসামৰ্থবান কৰিবলৈ আপুনি সঠিক নেটৱাৰ্ক পৰ্ট ধাৰ্য্য কৰিব লাগিব। অধিক তথ্য Networking, web & email — Connect to wireless and wired networks. Stay safe with a VPN. Create a wireless hotspot.