I can’t see my wireless network in the list
There are a number of reasons why you might not be able to see your wireless network on the list of available networks from the system menu.
যদি তালিকাত কোনো নেটৱাৰ্ক দেখুৱা হোৱা নাই, আপোনাৰ বেতাঁৰ হাৰ্ডৱেৰ বন্ধ থাকিব পাৰে, অথবা ই সঠিকভাৱে কাৰ্য্য নকৰিব পাৰে। ই অন থকাটো সুনিশ্চিত কৰক।
আপুনি নেটৱাৰ্কৰ বিস্তাৰৰ বাহিৰ থাকিব পাৰে। বেতাঁৰ ভিত্তি স্টেশন/ৰাউটাৰৰ ওচৰত যোৱাৰ চেষ্টা কৰক আৰু চাওক অলপ পিছত নেটৱাৰ্ক তালিকাত উপস্থিত হয় নে।
The list of wireless networks takes time to update. If you have just turned on your computer or moved to a different location, wait for a minute or so and then check if the network has appeared in the list.
নেটৱাৰ্ক লুকুৱা থাকিব পাৰে। যদি ই এটা লুকুৱা নেটৱাৰ্ক তেন্তে আপুনি অন্য ধৰণে সংযোগ কৰিব লাগিব।