Magnify a screen area
পৰ্দাৰ আকাৰ বৃদ্ধি কৰাটো লিখনী আকাৰ বৃদ্ধি কৰাৰ পৰা পৃথক। এই বৈশিষ্ট্য এটা মেগ্নিফায়িং গ্লাচ থকাৰ নিচিনা, পৰ্দাৰ অংশবোৰ জুম কৰি ইফাল সিফাল লৰিব পাৰি।
Go to the desktop and start typing Accessibility.
Click on Accessibility to open the panel.
Press on Zoom in the Seeing section.
Switch the Zoom switch in the top-right corner of the Zoom Options window to on.
আপুনি এতিয়া পৰ্দাৰ স্থানত ঘুৰি ফুৰিব পাৰিব। পৰ্দাৰ প্ৰান্তত আপোনাৰ মাউছক লৈ, আপুনি বিভিন্ন দিশত বৃদ্ধিত স্থান লৰাব পাৰিব, যাৰ বাবে আপুনি আপোনাৰ পছন্দৰ স্থান দৰ্শন কৰিব পাৰিব।
আপুনি ওপৰ বাৰত অভিগম্যতা আইকন ক্লিক কৰি আৰু জুম নিৰ্বাচন কৰি জুম দ্ৰুতভাৱে অন আৰু অফ কৰিব পাৰিব।
You can change the magnification factor, the mouse tracking, and the position of the magnified view on the screen. Adjust these in the Magnifier tab of the Zoom Options window.
You can activate crosshairs to help you find the mouse or touchpad pointer. Switch them on and adjust their length, color, and thickness in the Crosshairs tab of the Zoom settings window.
You can switch to inverse video or White on black, and adjust brightness, contrast and greyscale options for the magnifier. The combination of these options is useful for people with low-vision, any degree of photophobia, or just for using the computer under adverse lighting conditions. Select the Color Effects tab in the Zoom settings window to enable and change these options.